ETV Bharat / state

মুছলমান যুৱকক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা নাই: ৰামসেনা - jai shree ram

বৰপেটাত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত সংবাদ মেল ৰাম সেনাৰ ৷

ইটিভি ভাৰত
author img

By

Published : Jun 22, 2019, 5:52 PM IST

Updated : Jun 22, 2019, 11:42 PM IST

গুৱাহাটী,22 জুন : মহানগৰীৰ দিছপুৰ প্ৰেছক্লাৱত ৰাম সেনাৰ সংবাদমেল ৷ বৰপেটাত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত সংবাদ মেল ৰাম সেনাৰ ৷ মুছলমান যুৱকক জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা যুৱকসকল ৰাম সেনাৰ নহয় বুলি মন্তব্য সেনাৰ কৰ্ম কৰ্তাৰ ৷

মুছলমান যুৱকক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা নাই : ৰামসেনা

বৰপেটাৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ বাবে যুৱকৰ দল এটাক ৰাম সেনাই আটক কৰি জয় শ্ৰীৰাম ধ্বনি দিবলৈ দিয়া ঘটনাৰ লগত ৰামসেনা অসমৰ প্ৰতিষ্ঠাপক যোগী দেৱজিত ডেকা কোনোপধ্যই জড়িত নহয় বুলি মন্তব্য ৰামসেনাৰ ৰাজ্যিক নেতা নিলকমল হাজৰিকাৰ ৷ 24 ঘণ্টাৰ ভিতৰত যোগী দেৱজিত ডেকাক আৰক্ষীয়ে এৰি নিদিলে আন্দোলনৰ হুংকাৰ সংগঠনটোৰ ৷

Intro:মহানগৰীৰ দিছ্পুৰ প্ৰেছক্লাবত ৰাম সেনাৰ সংবাদমেল । বৰপেটাত সংঘটিত হোৱা ঘটনাৰ সন্ধৰ্বত এই সংবাদ মেল ৰাম সেনাৰ । মুছলমান যুৱকক জয় শ্ৰীৰাম ধৱনি দিবলৈ বাধ্য কৰোৱা যুৱক সকল ৰাম সেনাৰ নহয় বুলি মন্ত্যৱ সেনাৰ কৰ্ম কৰ্তাৰ । মহানগৰীৰ পৰা বৰপেটা আৰক্ষীয়ে আটক কৰা যোগী দেৱজিত ডেকা এই ঘটনাৰ লগত জড়িত নহয় । বৰপেটাৰ টেম্পোত থকা যুৱক কেইজনে পাকিস্তান জিন্দাবাত কোৱা বাবে যুৱক কেইজন ৰাইজে ধৰিছিল । আনহাতে ৰাম সেনাৰ ৰাজ্যক নেতা নিলকমল হাজৰিকাৰ মন্ত্যব ৰামসেনা অসমৰ প্ৰতিষ্ঠাপক যোগী দেৱজিত ডেকাক যদি আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত এৰি নিদিয়ে তেনেহলে আন্দোল কৰিব সেনাৰ সদস্য সকলে ।

Body:মহানগৰীৰ দিছ্পুৰ প্ৰেছক্লাবত ৰাম সেনাৰ সংবাদমেল । বৰপেটাত সংঘটিত হোৱা ঘটনাৰ সন্ধৰ্বত এই সংবাদ মেল ৰাম সেনাৰ । মুছলমান যুৱকক জয় শ্ৰীৰাম ধৱনি দিবলৈ বাধ্য কৰোৱা যুৱক সকল ৰাম সেনাৰ নহয় বুলি মন্ত্যৱ সেনাৰ কৰ্ম কৰ্তাৰ । মহানগৰীৰ পৰা বৰপেটা আৰক্ষীয়ে আটক কৰা যোগী দেৱজিত ডেকা এই ঘটনাৰ লগত জড়িত নহয় । বৰপেটাৰ টেম্পোত থকা যুৱক কেইজনে পাকিস্তান জিন্দাবাত কোৱা বাবে যুৱক কেইজন ৰাইজে ধৰিছিল । আনহাতে ৰাম সেনাৰ ৰাজ্যক নেতা নিলকমল হাজৰিকাৰ মন্ত্যব ৰামসেনা অসমৰ প্ৰতিষ্ঠাপক যোগী দেৱজিত ডেকাক যদি আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত এৰি নিদিয়ে তেনেহলে আন্দোল কৰিব সেনাৰ সদস্য সকলে ।

Conclusion:
Last Updated : Jun 22, 2019, 11:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.