কোকৰাঝাৰ, 13 এপ্ৰিল: ৰঝাৰ স্থিত বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা বতৰৰ আগজাননী অনুসৰি ৰাইজ্য খনৰ বিভিন্ন ঠাইত বিজুলী, ধেৰেকনি, বতাহ, বৰষুণ অহাৰ সম্ভাৱনা আছে ৷
বতৰৰ বতৰাই কি কয়? - THUNDER SHOWERS
ৰাইজ্যখনৰ বিভিন্ন ঠাইত বিজুলী, ঢেৰেকনি, বতাহ, বৰষুণ অহাৰ সম্ভাৱনা ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই তথ্য ৷
ৰাইজ্য খনৰ বিভিন্ন ঠাইত বিজুলী, ধেৰেকনি, বতাহ, বৰষুণ অহাৰ সম্ভাৱনা
কোকৰাঝাৰ, 13 এপ্ৰিল: ৰঝাৰ স্থিত বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা বতৰৰ আগজাননী অনুসৰি ৰাইজ্য খনৰ বিভিন্ন ঠাইত বিজুলী, ধেৰেকনি, বতাহ, বৰষুণ অহাৰ সম্ভাৱনা আছে ৷
Kokrajhar_breaking_Thunderstorm Gusty winds likely in some places of State
RMC, Borjhar has issued watch for thunderstorm with gusty wind/ lightening at isolated places over Dhubri, Kokrajhar, Dima-Hasao, Hailakandi, Jorhat, Karbi Anglong & Kamrup; thundersquall likely at isolated places over South Salmara, Golapara, Cachar, Karimganj, Hojai & West Karbi Anglong districts in its District wise Weather Warning Bulletin for 13th April 2019.
Details are forwarded to respective DEOCs as e-mail.
Last Updated : Apr 14, 2019, 4:34 AM IST