ETV Bharat / state

ৰাজ্যসভাৰ দ্বিতীয়খন আসন ! কোন হ’ব প্ৰাৰ্থী ? - KAMAKHAYA TASA

ৰাজ্যসভাৰ এখন আসনত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নাম ঘোষণা হোৱাৰ পাচতেই এতিয়া দ্বিতীয়খন আসনক লৈ চলিছে ব্যাপক চৰ্চা ৷

ৰাজ্যসভাৰ দ্বিতীয়খন আসন ! কোন হ’ব প্ৰাৰ্থী ?
author img

By

Published : May 27, 2019, 1:21 PM IST

  • ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ উৎকন্ঠা
  • বিজেপিয়ে এতিয়াও ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম
  • চৰ্চালৈ আহিছে কামাখ্যা প্ৰসাদ তাচা আৰু প্ৰাক্তন বিধায়ক মিছনৰঞ্জন দাসৰ নাম
    ETV BHARAT
    মিছনৰঞ্জন দাস
  • আজি সন্ধিয়া বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম
    ETV BHARAT
    কামাখ্যা প্ৰসাদ তাচা
  • সন্ধিয়া 5 বজাত অনুষ্ঠিত হ’ব বিজেপিৰ বৈঠক
  • মঙলবাৰে মনোনয়ন দাখিলৰ শেষ দিন
  • সোমাবাৰে পুৱা অগপ নেতৃত্বই বিজেপিৰ সভাপতি ৰঞ্জিত দাসক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰে
  • মঙলবাৰে মনোনয়ন দাখিল কৰিব বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই
  • অগপ নেতৃত্বই সোমবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীকো

Intro:### ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ উৎকন্ঠা

### বিজেপিয়ে এতিয়াও ঘোষনা কৰা নাই প্ৰাৰ্থীৰ নাম

### চৰ্চালৈ আহিছে কামাখ্যা প্ৰসাদ তাচা আৰু প্ৰাক্তন বিধায়ক মিছনৰঞ্জন দাসৰ নাম

### আজি সন্ধিয়া বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম

### সন্ধিয়া 5 বজাত অনুষ্ঠিত হব বিজেপিৰ বৈঠক

### মঙলবাৰে মনোনয়ন দাখিলৰ শেষ দিন

### সোমাবাৰে পুৱা অগপ নেতৃত্বই বিজেপিৰ সভাপতি ৰঞ্জিত দাসক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰে

Body:### কাইলৈ মনোনয়ন দাখিল কৰিব বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই

Conclusion:### অগপ নেতৃত্বই আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীকো
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.