ETV Bharat / state

বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ নৈ-উপনৈ - DHNASHIRI RIVER

কেন্দ্ৰীয় জল আয়োগে সোমবাৰে জাৰি কৰা তথ্য অনুসৰি যোৰহাট জিলাৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ওপৰত বৈ থকাৰ বিপৰীতে গোলাঘাটৰ নুমলীগঢ়ত ধনশিৰী,শোণিতপুৰত জীয়া ভৰালী নদী বিপদ সীমাৰ ওপৰেৰে বৈছে। কেবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ পিচতে ক্ৰমান্বয়ে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলপৃষ্ঠ ৷ ইতিমধ্যেই ব্ৰহ্মপুত্ৰকে ধৰি কেইখনো নৈ উপনৈ বৈছে বিপদ সীমাৰ ওপৰেৰে ৷

বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ নৈ-উপনৈ
author img

By

Published : Jul 8, 2019, 6:45 PM IST

গুৱাহাটী, 8 জুলাইঃ গুৱাহাটীত প্ৰতি ঘণ্টাত ১ ছেঃ মিঃকৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ৰাজ্যত বছৰৰ প্ৰথমটো বানে কেইবাখনো জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ বানৰ কৱলত পৰিছে ৰাজ্যৰ সহস্ৰাধিক লোক। ইফালে উজনিৰ পৰা নামনিলৈকে ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো সৰু-বৰ নদী বিপদ সীমাৰ ওপৰেৰে সৰু-বৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈছে ৷

বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ নৈ-উপনৈ

গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বিপদ সীমা স্পৰ্শ কৰিবলৈ এতিয়াও কিছু বাকী আছে যদিও নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্থৰ প্ৰতি ঘণ্টাত ১ ছেঃ মিঃকৈ বৃদ্ধি পাইছে। যদি বৰষুণৰ ধাৰা অব্যহত থাকে তেন্তে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ শীঘ্ৰে বিপদ সীমা স্পৰ্শ কৰিব। কিছুদিন পূৰ্বে চুবৰীয়া ৰাষ্ট্ৰ ভুটানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নামনি অসমৰ পাঁচখনকৈ জিলা জলমগ্ন হৈছিল। বৰ্তমান এই জিলা কেইখনত বান পৰিস্থিতি স্বাভাৱিক হৈ উঠিছে যদিও ৰাজ্যত বৰষুণৰ ধাৰা অব্যাহত থাকিলে পুনৰ এই জিলাসমূহ বানৰ কৱলত পৰাৰ সম্ভাৱনা আছে ৷ কেন্দ্ৰীয় জল আয়োগে সোমবাৰে জাৰি কৰা তথ্য অনুসৰি যোৰহাট জিলাৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ওপৰত বৈ থকাৰ বিপৰীতে গোলাঘাটৰ নুমলীগঢ়ত ধনশিৰী,শোণিতপুৰত জীয়া ভৰালী নদী বিপদ সীমাৰ ওপৰেৰে বৈছে।

Intro:ৰাজ্যত ব্ৰহ্মপুত্ৰকে ধৰি কেইবাটাও নদী বৈছে বিপদ সীমাৰ ওপৰেৰে। গুৱাহাটীত প্ৰতি ঘণ্টাত ১ ছেঃ মিঃকৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্থৰ।

Body:ৰাজ্যত বছৰৰ প্ৰথমটো বানে কেইবাখনো জিলাত সংহাৰী ৰূপ ধাৰণ কৰি তাণ্ডৱ অব্যহত ৰাখিছে। প্ৰথমটো প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে ৰাজ্যখনৰ সহস্ৰাধিক লোক। বানৰ তাণ্ডৱ অব্যহত থকাৰ মাজতে ভূতৰ ওপৰত দানব পৰা দি পৰিছে বৰষুণ। উজনিৰ পৰা নামনি লৈকে ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰকে ধৰি কেইবাখনো সৰু-বৰ নদী বৈছে বিপদ সীমাৰ ওপৰেৰে। গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্থৰ বিপদ সীমা স্পৰ্শ কৰিবলৈ এতিয়াও যদি বহু বাকী আছে যদিও নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্থৰ প্ৰতি ঘণ্টাত ১ ছেঃ মিঃকৈ বৃদ্ধি পাইছে। যদি বৰষুণৰ ধাৰা অব্যহত থাকে তেন্তে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্থৰ শীঘ্ৰে বিপদ সীমা স্পৰ্শ কৰিব। কিছুদিন পূৰ্বে চুবৰীয়া ৰাষ্ট্ৰ ভুটানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নামনি অসমৰ পাঁচখনকৈ জিলা জলমগ্ন কৰি তুলিছিল। বৰ্তমান এই জিলা সমূহত স্থিতি স্বাভাৱিক হৈ উঠিছে ৰাজ্যত বৰষুণৰ ধাৰা অব্যহত থাকিলে পুনৰ এই জিলা সমূহ বানৰ কবলত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

বাইট : শফিকুল হুছেইন, কেন্দ্ৰীয় জল আয়োগৰ কর্মী

Conclusion:কেন্দ্ৰীয় জল আয়োগে সোমবাৰে জাৰি কৰা তথ্য অনুসৰি যোৰহাট জিলাৰ নিমাতঘাটত ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ওপৰত বৈ থকাৰ বিপৰীতে গোলাঘাটৰ নুমালিগাঢ়ত ধনশিৰী, শোণিতপুৰত জীয়া ভৰালী নদী বিপদ সীমাৰ ওপৰেৰে বৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.