ETV Bharat / state

লোকসভা নিৰ্বাচনৰ টিকট বিচাৰি ৰাজীৱ ভৱনত ভিৰ কংগ্ৰেছী নেতাৰ

এইবাৰ টিকট লাভ কৰিব বুলি আশাবাদী বিলীন বৰদলৈ

লোকসভা নিৰ্বাচনৰ টিকট বিচাৰি ৰাজীৱ ভৱনত ভিৰ কংগ্ৰেছী নেতাৰ
author img

By

Published : Feb 16, 2019, 5:32 PM IST

গুৱাহাটী,১৬ ফেব্ৰুৱাৰী: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে টিকট বিচাৰি ৰাজীৱ ভৱনত ভিৰ কংগ্ৰেছী নেতাৰ । দলীয় উচ্চবৰ্গই টিকট প্ৰদান কৰিব বুলি আশাবাদী সকলো।

লোকসভা নিৰ্বাচনৰ টিকট বিচাৰি ৰাজীৱ ভৱনত ভিৰ কংগ্ৰেছী নেতাৰ
সমাগত লোকসভা নিৰ্বাচন। সেয়েহে নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰাৰ লগতে প্ৰতিটো সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবৰলৈ আৰম্ভ হৈছে যোগ্য প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰক্ৰিয়া । অসমৰ ১৪টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলে আৰম্ভ কৰিছে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া। কেৱল এয়াই নহয়,প্ৰাৰ্থী নিৰ্বাচনকলৈ ৰাজীৱ ভনৱত চলিছে দলীয় মিটিং।
undefined

গুৱাহাটী লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন কৰিছে গোপীনাথ বৰদলৈৰ পুত্ৰ বিলীন বৰদলৈয়ে। ইয়াৰ পূৰ্বেও কেইবাবাৰো লোকসভা আৰু বিধানসভাৰ প্ৰাৰ্থীৰ বাবে দলৰ কাষ চাপিছিল যদিও টিকট লাভ কৰিবলৈ সক্ষম হোৱা নাছিল বিলীন বৰদলৈ। পাচে,এইবাৰ টিকট লাভ কৰিব বুলি আশাবাদী বিলীন বৰদলৈ ।

Intro:ৰাজীৱ ভনৱত আগন্তক লোকসভা নিৰ্বাচনৰ বাবে টিকট বিচাৰি কংগ্ৰেছ নেতাৰ ভিৰ। সকলো আশাবাদী দলীয় উচ্চবৰ্গই টিকট প্ৰদান কৰিব বুলি।

Body:দেশত হ'বলগীয়া আগন্ত সাধাৰণ নিৰ্বাচৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দল এতিয়া তৎপৰ। নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰাৰ লগতে প্ৰতিটো সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবৰলৈ নিৰ্বাচন কৰিবলৈ ধৰিছে যোগ্য প্ৰাৰ্থী। অসমৰ ১৪টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলে আৰম্ভ কৰিছে প্ৰাৰ্থী নিৰ্বাচন। প্ৰাৰ্থী নিৰ্বাচনকলৈ ৰাজীৱ ভনৱত চলিছে দলীয় মিটিং। প্ৰতিটো সমষ্টিৰ পৰা আহিছে কংগ্ৰেছৰ নেতা ৰাজীৱ ভনৱত টিকট বিচাৰি। গুৱাহাটী লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন কৰিছে গোপীনাথ বৰদলৈৰ পুত্ৰ বিলীন বিৰদলৈ। বিলীন বিৰদলৈয়ে পূৰ্বেও কেইবাৰো লোকসভা আৰু বিধানসভাৰ প্ৰাৰ্থীৰ বাবে দলৰ কাষ চাপিছিল যদিও টিকট লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। এইবছৰ কিন্তু বিলীন বিৰদলৈ আশাবাদী দলে তেওঁক টিকট প্ৰদান কৰিব বুলি।

বাইট : বিলীন বিৰদলৈ

Conclusion:বিজেপিক এইবাৰ পৰাস্ত কৰি দেশৰ ক্ষমতা নিজৰ হাতলৈ আনিবলৈ কংগ্ৰেছ দলে কঁকালত টঙালি বান্ধিছে। ইতিমধ্যে কংগ্ৰেছে লোকসভা নিৰ্বাচনক লৈ নিজৰ ৰণনীতি তৈয়াৰ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.