ETV Bharat / state

কামাখ্যা ৰে'লৱে ষ্টেচনৰ পৰা বৈষ্ণু দেৱী মন্দিৰলৈ 'পুণ্যধাম যাত্ৰা'

author img

By

Published : Jan 19, 2020, 3:13 PM IST

অসম চৰকাৰৰ 'পুণ্যধাম যাত্ৰা' আঁচনিৰ অধীনত আজি ৪৪ গৰাকী যাত্ৰীক পঠিওৱা হয় বৈষ্ণু দেৱী ধামলৈ ৷ এই ন দিনীয়া ভ্ৰমণসমূচীত যাত্ৰীৰ বাবে চৰকাৰীভাৱে উপলব্ধ থাকিব সকলো সা সুবিধা ৷

বৈষ্ণু দেৱী মন্দিৰলৈ 'পূৰ্ণধাম যাত্ৰা'
বৈষ্ণু দেৱী মন্দিৰলৈ 'পূৰ্ণধাম যাত্ৰা'

গুৱাহাটী, 19 জানুৱাৰীঃ দেওবাৰে গুৱাহাটীৰ পৰা বৈষ্ণু দেৱী মন্দিৰলৈ ৰাওনা হয় অসমৰ তীৰ্থযাত্ৰী ৷ অসম চৰকাৰৰ 'পুণ্যধাম যাত্ৰা যাত্ৰা' আঁচনিৰ অধীনত মুঠ ৪৪ গৰাকী যাত্ৰীক বৈষ্ণু দেৱী ধামলৈ পঠিওৱা হয় ৷ কামাখ্যা ৰে'লৱে ষ্টেচনত পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভণি কৰে, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৷

কামাখ্যা ৰে'লৱে ষ্টেচনৰ পৰা বৈষ্ণু দেৱী মন্দিৰলৈ 'পুণ্যধাম যাত্ৰা'

প্ৰাপ্ত তথ্য অনুসৰি সম্পূৰ্ণ বিনামূলীয়াকৈ অসমৰ এইসকল লোকক তীৰ্থ যাত্ৰাৰ সুযোগ প্ৰদান কৰা হৈছে ৷ এই যাত্ৰাৰ সময়ত অসমৰ লোকসকলৰ ডিঙিত গামোচা থাকিব, যাৰ জৰিয়তে অসমৰ যাত্ৰী সকলক সহজে চিনাক্ত কৰিব পাৰিব ৷ এই ন দিনীয়া ভ্ৰমণসমূচীত চৰকাৰীভাৱে সকলো সা-সুবিধা যোগান ধৰা হ'ব বুলিও জানিবলৈ দিয়ে অসম পৰ্যটনৰ অধ্যক্ষগৰাকীয়ে ৷ তদুপৰি অসমৰ মধুপুৰ সত্ৰতো তীৰ্থযাত্ৰাৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে অসম পৰ্যটন নিগমে ৷

লগতে পঢ়কঃ বদৰপুৰৰ বিদ্যালয়ত পৰিৱেশন ম’ক ড্ৰীল কাৰ্যসূচী

Intro:দেওবাৰে গুৱাহাটীৰ পৰা বৈষ্ণ দেৱী মন্দিৰলৈ ৰাওনা হয় অসমৰ তীৰ্থযাত্ৰী। অসম চৰকাৰৰ 'পূৰ্ণধাম যাত্ৰা' আঁচনিৰ অধীনত মুঠ ৪৪গৰাকী যাত্ৰীক বৈষ্ণ দেৱী ধামলৈ পঠোৱা হয়। দেওবাৰে কামাখ্যা ৰে'ল ষ্টেচনত এই যাত্ৰাৰ ফ্লেগ অফ কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। অসমৰ যাত্ৰীসকলৰ বাবে সকলো সা সুবিধা লোৱা হৈছে বুলি জানিবলৈ দিয়ে জয়ন্ত মল্ল বৰুৱাই। সম্পূৰ্ণ বিনামূলীয়াকৈ অসমৰ এইসকল লোকক তীৰ্থযাত্ৰাৰ বাবে পঠোৱা হৈছে। অসমৰ যাত্ৰীসকলৰ গলত সদায়ে গামোচা থাকিব। যাৰ ফলত অসমৰ যাত্ৰীসকলক চিনাক্ত কৰিব পাৰিব। নদিনীয়া এই ভ্ৰমণসমূচীত চৰকাৰীভাৱে সকলো সা-সুবিধা যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে অসম পৰ্যটনৰ অধ্যক্ষগৰাকীয়ে। ইফালে অসমৰ মধুপুৰ সত্ৰত তীৰ্থযাত্ৰাৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে অসম পৰ্যটন নিগমে। অতিশীঘ্ৰে এই ব্যৱস্থা আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে জয়ন্ত মল্ল বৰুৱাই।
Byte1- জয়ন্ত মল্ল বৰুৱা, অধ্যক্ষ(অসম পৰ্যটন উন্নয়ন নিগম)
Byte2, 3- তীৰ্থযাত্ৰী

Body:Guwahati

Conclusion:Hirul haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.