ETV Bharat / state

পুলিন ডেকাৰ আলোড়িত স্বপ্নৰ ছাঁ-পোহৰত উন্মোচন - হৃষিকেশ গোস্বামী

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ দৰে অতি গুৰুত্বপূৰ্ণ বিভাগৰ কৰ্মময় ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চা অব্যাহত ৰাখিছে ডেকাই । গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

মুক্তি পালে পুলিন ডেকাৰ "আলোড়িত স্বপ্নৰ ছাঁ-পোহৰত" শীৰ্ষক গ্ৰন্থ
author img

By

Published : Jun 9, 2019, 3:00 PM IST

গুৱাহাটী,৯ জুনঃ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয় পুলিন ডেকাৰ দ্বাৰা ৰচিত 'আলোড়িত স্বপ্নৰ ছাঁ-পোহৰ' শীৰ্ষক এখনি গল্প পুথি । গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে । বাস্তৱ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত লিখা গল্পসমূহ পাঠকে আদৰি ল'ব বুলি আশা ব্যক্ত কৰে উন্মোচকে ৷

মুক্তি পালে পুলিন ডেকাৰ "আলোড়িত স্বপ্নৰ ছাঁ-পোহৰত" শীৰ্ষক গ্ৰন্থ

উল্লেখ্য যে লেখক পুলিন ডেকা পূৰ্বে সংবাদ মাধ্যমৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকাৰ বিপৰীতে বৰ্তমান তথ্য আৰু জনসংযোগ বিভাগৰ উপ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আহিছে । লগতে মুখ্যমন্ত্ৰীৰ মিডিয়া কোষৰ দায়িত্বও পালন কৰি আহিছে ডেকাই । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ দৰে অতি গুৰুত্বপূৰ্ণ বিভাগৰ কৰ্মময় ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চা অব্যাহত ৰাখিছে ডেকাই । গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

Intro:দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় পুলিন ডেকাৰ "আলোড়িত স্পপ্নৰ ছাঁ" পোহৰত নামৰ এখন গল্প পুথি ।গ্ৰন্থ খন আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীয়ে । পূৰ্বে অসমৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত বৰ্তমান তথ্য আৰু জনসংযোগ বিভাগৰ উপ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আছে ।লগতে মুখ্য মন্ত্ৰীৰ মিডিয়া কোষৰ দায়িত্ব ও পালন কৰি আছে ।অসমৰ ব্যক্তি সমাজক প্ৰতিফলিত কৰাকৈ ৰচনা কৰিছে গ্ৰন্থ খন । বাস্তৱ সমাজৰ বিভিন্ন অভিজ্ঞতা ভিত্তিত লিখকে গল্প সমূহ উপস্থাপন কৰিছে ।মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ দৰে অতি গুৰুত্বপূৰ্ণ বিভাগত কৰ্ম সম্পাদন।কৰাৰ সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি যোৱা কাৰ্যত সকলোৱে শলাগ লৈছে ।সকলোৱে আশা কৰিছে পূৰ্বে বহু তথ্য সমৃদ্ধ লেখাৰে পাঠকৰ মন জয় কৰা পুলিন ডেকাৰ কলমৰ পৰা নিগৰক আৰু বহু সাহিত্য ।আজিৰ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.