ETV Bharat / state

পুনৰ নিয়াৰ জেৰাৰ সন্মুখীন অধ্যাপক অৰূপজ্যোতি শইকীয়া

author img

By

Published : Feb 5, 2020, 9:24 AM IST

পুনৰ "নিয়া"ৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হয় আই আই টি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান ৷ মঙলবাৰে পুৱাৰ পৰা সন্ধিয়ালৈ সোণাপুৰৰ নিয়াৰ কাৰ্যালয়ত দুয়োজনকে জেৰা চলোৱা দেখা যায় ।

সোণাপুৰ
জেৰাৰ সন্মুখীন

গুৱাহাটী,5 ফেব্ৰুৱাৰীঃ গুৱাহাটী আই আই টি-ৰ অধ্যাপক অৰূপজ্যোতি শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান পুনৰ "নিয়া"ৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হয় । দীৰ্ঘসময় ধৰি নিয়াই জেৰা চলায় দুয়োজন ব্যক্তিকে । মঙলবাৰে পুৱাৰ পৰা সন্ধিয়ালৈ সোণাপুৰৰ নিয়াৰ কাৰ্যালয়ত দুয়োজনকে জেৰা চলোৱা দেখা যায় । লগতে কাৰাবন্দী অখিল গগৈৰ গোচৰ সন্দৰ্ভতো সোধ-পোছ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ চাহজাহানক ৷

লগতে চাওকঃটীয়কত নিশা ভয়ংকৰ বাছ দুৰ্ঘটনাঃ 8 যাত্ৰীৰ অৱস্থা গুৰুতৰ

Intro:আই আই টি অধ্যাপক অৰূপজ্যোতি শইকীয়া আৰু কৃষক মুক্তিৰ উপদেষ্টা হুছেইন মহম্মদ চাহজাহানক পুনৰ এন আই এৰ জেৰা। দীৰ্ঘসময় ধৰি NIA জেৰা চলা দুয়োকে। মংগলবাৰে পুৱা 11 মান বজাৰ পৰা বিয়লি 6 টা লৈকে সোণাপুৰৰ এন আই এ কাৰ্যালয়ত চলোৱা হয় জেৰা। কাৰাবন্দী অখিল গগৈৰ গোচৰ সন্দৰ্ভত সোধা পোছা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ চাহজাহানক। Body:Guwahati Conclusion:Asrar Ansari

For All Latest Updates

TAGGED:

জেৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.