ETV Bharat / state

বিৰ্তকৰ ওৰ পেলাই ৰাজপথত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী - অসমৰ জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী

নাগৰিকত্ব আইন সন্দৰ্ভত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ প্ৰতিক্ৰিয়া । বিকল্প ৰাজনৈতিক দল গঠন সন্দৰ্ভত কি ক'লে প্ৰিয়ংকা ভৰালীয়ে?

singer priyanka bharali
ৰাজপথত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী
author img

By

Published : Jan 18, 2020, 6:17 PM IST

গুৱাহাটী,18 জানুৱাৰীঃৰাইজৰ পক্ষত থিয় দিছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত পূৰ্ণ সমৰ্থন প্ৰিয়ংকা ভৰালীৰ ৷ ৰাইজে যদি বিকল্প ৰাজনৈতিক দলৰ কথা ভাবিছে তেন্তে প্ৰিয়ংকা ভৰালী ৰাইজৰ পক্ষত থকাৰ কথা জানিবলৈ দিয়ে। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন সমৰ্থন সন্দৰ্ভত হোৱা বিতৰ্কৰ বিষয়ে মুখ খুলিলে গায়িকাগৰাকীয়ে । শিল্পীক কেতিয়াও ৰাজনৈতিক মেৰপাকত সোমোৱাব নালাগে বুলি কোৱাৰ লগতে প্ৰতিগৰাকী শিল্পীৰ প্ৰতিবাদ কৰাৰ পন্থাও পৃথক হ'ব পাৰে বুলি মন্তব্য কৰে প্ৰিয়ংকা ভৰালীয়ে।

ৰাজপথত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী
লগতে দ্ৰৱ্য আৰু সেৱা কৰ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি কয় যে, চৰকাৰে নিৰ্ধাৰণ কৰা দ্ৰৱ্য আৰু সেৱা কৰ অসমৰ শিল্পী সকলৰ বাবে এক প্ৰত্যাহ্বান হ'ব ৷ অসমৰ শিল্পীসকলে অনুষ্ঠান সমূহৰ পৰা যি উপাৰ্জন কৰে সেই উপাৰ্জন সামান্য গতিকে চৰকাৰে নিৰ্ধাৰণ কৰা কৰে শিল্পী সকলক বিপদত পেলাব বুলি মন্তব্য কন্ঠশিল্পীগৰাকীৰ ৷

লগতে পঢ়কঃযতীন বৰাৰ "ৰত্নাকৰৰ"ৰ পিছত এইবাৰ আহি আছে ৰবি শৰ্মাৰ ৰঘুপতি

Intro:কা সন্দৰ্ভত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ প্ৰতিক্ৰিয়া। কি কলে বিকল্প ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত প্ৰিয়ংকা ভৰালীয়ে? শিল্পী সকলৰ বাবে চৰকাৰে নতুনকৈ GST নীতি কাৰ্য্যকৰী কৰাৰ সন্দৰ্ভত কি কলে প্ৰিয়ংকা ভৰালীয়ে।

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত প্ৰিয়ংকা ভৰালী ৰাইজৰ পক্ষত। ৰাইজে যদি বিকল্প ৰাজনৈতিক দলৰ কথা ভাবিছে তেন্তে প্ৰিয়ংকা ভৰালীয়ে ৰাইজৰ পক্ষত থকাৰ কথা জানিবলৈ দিলে । লগতে অলপতে কা সমৰ্থন সন্দৰ্ভত হোৱা বিতৰ্কৰ বিষয়ে মুখ খুলিলে গায়িক প্ৰিয়ংকা ভৰালীয়ে। শিল্পীক কেতিয়াও ৰাজনৈতিক মেৰকত সমোৱাব নালাগে বুলি কোৱাৰ লগতে প্ৰতিগৰাকী শিল্পীৰ প্ৰতিবাদ কৰাৰ পন্থাও পৃথক হব পাৰে বুলি মন্ত্যব্য কৰে প্ৰিয়ংকা ভৰালীয়ে।

Conclusion:লগতে GST সন্দৰ্ভত অসমৰ শিল্পী সকলৰ বাবে এক প্ৰত্যাহ্বান হব বুলি জানিবলৈ দিলে প্ৰিয়ংকা ভৰালীয়ে। অসমৰ অনুষ্ঠান সমূহৰ পৰা যি উপাৰ্জনকৰে সেই উপাৰ্জন সামান্য গতিকে চৰকাৰে নিৰ্ধাৰণ কৰা GST য়ে শিল্পী সকলক বিপদত পেলাব বুলি মন্তব্য কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.