ETV Bharat / state

আমচাঙৰ পৰা কিয় ওলাই আহে জীৱ-জন্তু?

ভূমি বেদখলৰ অভিযোগত ৰাজহ বিভাগে ইতিমধ্যেই জাননী প্ৰেৰণ কৰিছে ডনবস্ক বিশ্ববিদ্যালয়ক ৷ কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাৰ পাচতো আমচাঙৰ পৰিৱেশ সংবেদনশীল এলেকা (ইকো-জ'ন)ৰ ভিতৰত কিদৰে শিক্ষানুষ্ঠানখনে মাটি বেদখল কৰিলে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে বনাঞ্চলখনৰ ওচৰ-পাজৰ এলেকাসমূহত বাস কৰা জনসাধাৰণ তথা একাংশ ছাত্ৰ সংগঠনে ৷

আমচাঙৰ পৰা কিয় সঘনাই জনাঞ্চললৈ ওলাই আহে বন্যজীৱ?
author img

By

Published : May 5, 2019, 8:43 PM IST

Updated : May 5, 2019, 10:10 PM IST

গুৱাহাটী, 5 মে' : আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া জীৱ-জন্তু ওলাই অহা কোনো নতুন কথা নহয় ৷ গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা অঞ্চলসমূহত আমচাং বনাঞ্চলৰ পৰা সঘনাই ওলাই আহে বনৰীয়া জীৱ-জন্তু ।

কিন্তু কিয় আমচাং বনাঞ্চলৰ পৰা সঘনাই জনাঞ্চললৈ ওলাই আহে জীৱ-জন্তু? ইটিভি ভাৰতৰ হাতত আহি পৰা তথা তথ্য অনুসৰি সোণাপুৰ টেপেছিয়াত থকা আসাম ডনবস্ক ইউনিভাৰ্চিটী নামৰ শিক্ষানুষ্ঠানখনে দখল কৰিছে আমচাং বনাঞ্চলৰ 400 বিঘাকৈ মাটি ৷ মুঠ 1000 বিঘা মাটিত বৰ্তি থকা প্ৰতিষ্ঠানখনৰ চৰকাৰী হিচাপত মাটি কেৱল 700 বিঘাহে৷

আমচাঙৰ পৰা কিয় সঘনাই জনাঞ্চললৈ ওলাই আহে বন্যজীৱ?

প্ৰশাসনৰ নিষেধাজ্ঞা অনুসৰি আমচাঙ বনাঞ্চলৰ 1 কি.মি দূৰত্বৰ ভিতৰত কৰিব নোৱাৰে কোনোধৰণৰ নিৰ্মাণ কাৰ্য ৷ তেনেস্থলতো ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়খনে বনাঞ্চলৰ মাটি বেদখল কৰি অব্যাহত ৰাখিছে কেবাটাও নতুন অট্টালিকা নিৰ্মাণৰ কাম ৷ যাৰ বাবেই বনাঞ্চল সংকীৰ্ণ হৈ অহাত জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে বন্য জীৱ-জন্তু ৷

A_GHY_804_05MAY_DON_BOSCO_OCCUPIES_AMCHANG_LAND_ILLEGALLY_VISUAL_BYTE_ASRAR_PALLAV

আমচাং অভয়াৰণ্য পৰা জনাঞ্চললৈ বনৰীয়া জীৱ-জন্তু ওলাই অহা কোনো নতুন কথা নহয় । গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা অঞ্চল সমুহত আমচাং অভয়াৰণ্যৰ পৰা সঘনাই ওলাই আহে বনৰীয়া জীৱ-জন্তু । হাতী , নাহৰফুটুকী , হৰিণাকে ধৰি বিভিন্ন জীৱ-জন্তু । এই জীৱ-জন্তু বোৰ কিয় বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে এই সম্পৰ্কে চাওক আমাৰ এক প্ৰতিবেদন । অভিযোগ অনুসৰি সোণাপুৰ টেপেছিয়া স্থিত আসাম ডনবস্কো ইউনিভাৰ্ছিটি নামৰ  প্ৰতিষ্ঠান প্ৰায় প্ৰায় ১০০০ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে । বিদ্যালয় খনে প্ৰায় ৪০০ বিঘা আমচাংৰ মাটি দখল কৰণৰ অভিযোগ উত্থাপিত হৈছে । আমচাংৰ আশে-পাশে অঞ্চল ১ কিলোমিটাৰৰ ভিতৰত নিৰ্মাণ কৰিব নোৱাৰে কিয়নো ইকো-চেনছটিভ-জনৰ বাবে আমচাংৰ আশে-পাশে কোনো ধৰণৰ নিৰ্মাণ কাম কৰিব নোৱাৰে , কিন্তু এতিয়াও আসাম ডনবস্কো ইউনিভাৰ্ছিটি চৌহদত অট্টালিকাৰ কাম চলি আছে ।

News link 

Asrar Ansari and Pallav Bora Guwahati 
Last Updated : May 5, 2019, 10:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.