ETV Bharat / state

ক'ভিড-১৯ প্ৰতিৰোধী ভেকচিন ব্যৱস্থাপনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স - সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টা

দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ লগত ভিডিঅ' কনফাৰেন্স প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ ক'ভিড-১৯ৰ শেহতীয়া স্থিতি আৰু ক'ভিড-১৯ প্ৰতিৰোধী ভেকচিন ব্যৱস্থাপনা সন্দৰ্ভত ভিডিঅ' কনফাৰেন্সযোগে এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

PRIME MINISTERS VIDEO CONFERENCE WITH ALL CM
ক'ভিড-১৯ প্ৰতিৰোধী ভেকচিন ব্যৱস্থাপনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স
author img

By

Published : Nov 24, 2020, 6:22 PM IST

নিউজডেস্ক,24 নৱেম্বৰ : মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক'ভিড-১৯ৰ শেহতীয়া স্থিতি আৰু ক'ভিড-১৯ প্ৰতিৰোধী ভেকচিন ব্যৱস্থাপনা সন্দৰ্ভত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ লগত ভিডিঅ' কনফাৰেন্সযোগে এখন বৈঠকত মিলিত হয় ৷ এই বৈঠকখনত গৃহমন্ত্ৰী অমিত শ্বাহেও অংশ গ্ৰহণ কৰে ৷

ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্সযোগে বৈঠকত অংশগ্ৰহণ কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, "সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাতে আমি সংকটৰ মহাসমুদ্ৰৰ পৰা উদ্ধাৰ হৈ পাৰত উপনীত হৈছোহি; এতিয়া পাৰত যাতে নাওঁ নুডুবে তাৰ বাবে আমি অধিক সজাগ আৰু সচেতন হ'ব লাগিব। ক'ভিড বিৰোধী যুঁজখনত যুঁজিব লাগিব ৷ "

লগতে পঢ়ক:তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ চামগুৰিবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.