ETV Bharat / state

প্ৰতীক হাজেলাৰ বাবে এন আৰ চিৰ ৱেবছাইটৰ পৰা ডাটা অন্তৰ্ধান!

author img

By

Published : Feb 12, 2020, 8:57 PM IST

এন আৰ চি আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগক বিষয়বস্তু হিচাপে লৈ এক সংবাদমেল সম্বোধন কৰে এ পি ডব্লিউৰ সভাপতি আভিজিৎ শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে । সংবাদমেলখনৰ জৰিয়তে দুয়োগৰাকী বিষয়ববীয়াই ৭ ফেব্ৰুৱাৰীত প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি আই ডিত গোচৰ ৰুজু কৰাৰ বিষয়ে উল্লেখ কৰে ৷

NRC Assam
এ পি ডব্লিউৰ সংবাদমেল

গুৱাহাটী,12 ফেব্ৰুৱাৰীঃ মহানগৰীত বুধবাৰে আসাম পাৱ্লিকচ ওৰ্কচৰ এক সংবাদমেল অনুষ্ঠিত হয় । এন আৰ চি আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগক বিষয়বস্তু হিচাপে লৈ সংবাদমেলখন সম্বোধন কৰে এ পি ডব্লিউৰ সভাপতি আভিজিৎ শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে । সংবাদমেলখনৰ জৰিয়তে দুয়োগৰাকী বিষয়ববীয়াই ৭ ফেব্ৰুৱাৰীত প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি আই ডিত গোচৰ ৰুজু কৰাৰ বিষয়ে উল্লেখ কৰে ৷ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰতিবেদন উত্থাপিত কৰি দিয়া ভাষণক কেন্দ্ৰ কৰি জাঙোৰ খাই উঠে এ পি ডব্লিউৰ সভাপতিগৰাকী ৷

এ পি ডব্লিউৰ সংবাদমেল অনুষ্ঠিত

ইফালে,এন আৰ চি ৰ পূৰ্বৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বাবে এন আৰ চিৰ ৱেবছাইটৰ পৰা ডাটা অন্তৰ্ধান হোৱা বুলি অভিযোগ উত্থাপন কৰে এ পি ডব্লিউৰ সভাপতি শৰ্মাই ৷ প্ৰতীক হাজেলাৰ ১৯ অক্টোবৰ ২০১৯ ত ক্লাউডৰ সৈতে চুক্তি হোৱাৰ বাবে তথ্যসমূহ অন্তৰ্ধান হোৱাৰ সন্দেহ প্ৰকাশ এ পি ডব্লিউৰ বিষয়ববীয়াসকলৰ ৷

প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি আই ডিত গোচৰ ৰুজু কৰিব এ পি ডব্লিউয়ে

লগতে চাওকঃনতুন ৰাজনৈতিক দল গঠন নকৰে এনডিএফ বি চাৰি গোটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.