ETV Bharat / state

এক্ট ইষ্ট পলিচীক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

author img

By

Published : Jul 8, 2019, 8:56 PM IST

স্বাধীনতাৰ পূৰ্বে দেশৰ ভিতৰতে বেছি আছিল অসমৰ জনমূৰি আয়

এক্ট ইষ্ট পলিচীক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
  • জনমূৰি আয় বৃদ্ধিত সহায় কৰিছিল
  • চুবুৰীয়া দেশ সমূহৰে বাণিজ্যিক সম্পৰ্কই
  • চুবুৰীয়া দেশৰে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ প্ৰয়াস কৰা হৈছে
  • কৃষি উৎপাদিত সামগ্ৰী সমূহ চুবুৰীয়া দেশত বিক্ৰী কৰাৰ পথ মুকলি হৈছে
  • এডভাণ্টেজ আছামত 79 হাজাৰ কোটিৰ চুক্তি স্বাক্ষৰ হৈছিল
  • ইয়াৰে 52 হাজাৰ কোটি টকাৰ বিনিয়োগ হৈছে
  • গুৱাহাটী-কাঠমাণ্ডুলৈ চলিব উৰাজাহাজ
    এক্ট ইষ্ট পলিচীক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

  • জনমূৰি আয় বৃদ্ধিত সহায় কৰিছিল
  • চুবুৰীয়া দেশ সমূহৰে বাণিজ্যিক সম্পৰ্কই
  • চুবুৰীয়া দেশৰে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ প্ৰয়াস কৰা হৈছে
  • কৃষি উৎপাদিত সামগ্ৰী সমূহ চুবুৰীয়া দেশত বিক্ৰী কৰাৰ পথ মুকলি হৈছে
  • এডভাণ্টেজ আছামত 79 হাজাৰ কোটিৰ চুক্তি স্বাক্ষৰ হৈছিল
  • ইয়াৰে 52 হাজাৰ কোটি টকাৰ বিনিয়োগ হৈছে
  • গুৱাহাটী-কাঠমাণ্ডুলৈ চলিব উৰাজাহাজ
    এক্ট ইষ্ট পলিচীক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল
a_ghy_7jul_801_chandramuhan_pc_vis_byt_7204039
এক্ট ইষ্ট পলিচীক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল ---
স্বাধীনতাৰ পূৰ্বে অসমৰ জনমূৰী আয় দেশৰ ভিতৰতে বেছি আছিল 
চুবুৰীয়া দেশ সমূহৰে বাণিজ্যিক সম্পৰ্কই জনমূৰী আয় বৃদ্ধিত সহায় কৰিছিল 
ভাৰতবৰ্ষৰ চহকী ৰাজ্য সমূহৰ ভিতৰত অসমক একেশাৰিতে ৰখাৰ সংকল্প এক্ট ইষ্ট পলিচী বিভাগৰ 
চুবুৰীয়া দেশৰে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ প্ৰয়াস কৰা হৈছে
#  ৰে'লপথ, আকাশী পথ,জলপথ,স্থলপথৰ জড়িয়তে চুবুৰীয়া দেশৰে যোগাযোগ ব্যৱস্থা উন্নত কৰা হৈছে লীলাবাৰী,যোৰহাট,ডিব্ৰুগড়,তেজপুৰ,গুৱাহাটী আদিকে ধৰি সকলো এয়াৰপৰ্টৰ পৰিসৰ বৃদ্ধি কৰাৰ কাম চলি আছে 
ৰুপসী শীঘ্ৰেই কাৰ্যক্ষম হ'ব 
চিটাগং পোৰ্টলৈকে বাণিজ্যিক যোগাযোগৰ পথ মুকলি হ'ব
#  কৃষি উৎপাদিত সামগ্ৰী সমূহ চুবুৰীয়া দেশত বিক্ৰী কৰাৰ পথ মুকলি হৈছে 

BBN আৰু ছাউথ ইষ্ট এছিয়াৰ বজাৰ আমাৰ বাবে মুকলি আছে 

অসম ছাউথ ইষ্ট এছিয়াৰ দুৱাৰ
#  ম্যানমাৰলৈ নুমলীগড়ৰ পৰা তেলৰ পাইপ লাইন যাৱ 
বাংলাদেশলৈও পাইপ লাইন নিয়াৰ কাম চলি আছে
#  বাংলাদেশ,ম্যানমাৰলৈ সম্পৰ্ক যাত্ৰা ইতিবাচক আছিল 
দুয়োখন দেশত থকা আন্তঃৰাষ্ট্ৰীয় উদ্যোগ সমূহক আমি অসমত উদ্যোগ স্থাপনৰ বাবে আহ্বান কৰিছো
#  এডভাণ্টেজ আছামত ৭৯হাজাৰ কোটিৰ চুক্তি স্বাক্ষৰ হৈছিল 
ইয়াৰে ৫২হাজাৰ কোটি টকাৰ বিনিয়োগ হৈছে
#  INTERNATIONAL উড়াণৰ যোগেদি কম টকাত বেংকক,ঢাকা,মালয়ছিয়া আদি ঠাইলৈ যাব পাৰিব 
নিৰ্দিষ্ট টিকট দৰ ধৰি দিয়া হ'ব উৰাজাহাজ কোম্পানীক 
কোম্পানী সমূহৰ লোকচানৰ ধন ৯০শতাংশ ভাৰত চৰকাৰে আৰু ১০শতাংশ ৰাজ্য চৰকাৰে ভৰিব 
গুৱাহাটী কাঠমাণ্ডুলৈ চলিব উৰাজাহাজ
#  ম্যানমাৰৰ ছীট ৱে পোৰ্ট ভাৰত চৰকাৰে নিৰ্মাণ কৰি আছে 
এই পোৰ্ট হোৱাৰ পিছত ম্যানমাৰৰে বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী হ'ব
#  ১৯ আৰু ২০ জুলাইত গুৱাহাটীত ভাৰত বাংলাদেশৰ মাজত অংশীদাৰিত্ব সন্মিলন
#  ব্ৰহ্মপুত্ৰ খনন চলি আছে 
চাৰিখন ড্ৰেজাৰে কাম কৰি আছে 
ব্ৰহ্মপুত্ৰৰ বাণিজ্যিক জলপথৰ খনন চলি আছে 
কপিলী নৈৰো খননৰ দিহা কৰা হৈছে 
যাতে পাণ্ডুত সামগ্ৰী আনলোড নকৰাকৈ কপিলীলৈকে নিয়াৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে 

সীমান্তৰ চোৰাং বেহা বন্ধ কৰিবলৈ পদক্ষেপ লোৱা হ'ব 
গৰু,কয়লাৰ চোৰাং বেহা সীমান্তত চলাটো হয় 
বাংলাদেশ,ম্যানমাৰে আমাক কিছু শিথিল কৰাৰ বাবে হেঁচা দিছে 
বিপৰীতে আমি সীমান্তৰ চোৰাং বেহাৰ ক্ষেত্ৰত কঠোৰ — চন্দ্ৰমোহন পাটোৱাৰী
#  EXPRESS HIGHWAYৰ ডিপিআৰ প্ৰস্তুত কৰি থকা হৈছে 
NHAIএ প্ৰস্তুত কৰি আছে DPR
#  বঙাইগাও,গড়চুক,লখৰা,বশিষ্ঠ,নগাও,ডিব্ৰুগড়ত হ'ব লগীয়া উৰণীয়া সেতুৰ বাবেও প্ৰস্তুত হৈ আছে DPR
#  ছিণ্ডিকেটৰ ক্ষেত্ৰত আমি কঠোৰ 
বিধায়ক শিলাদিত্য দেব,অতুল বৰাই কিয় কৈছে সুধিম বাৰু 
আমি ছিণ্ডিকেটক লৈ কঠোৰ হোৱাৰ বাবে অসুবিধাত পৰিছে বাংলাদেশ,ম্যানমাৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.