ETV Bharat / state

ব্ৰহ্মপুত্ৰ বুকুত বৈঠকত মিলিত হ'ব ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰী - নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী দুয়োগৰাকীক আদৰাৰ বাবে মহানগৰীৰ মাছখোৱাত দিনে নিশাই চলিছে যুদ্ধকালীন প্ৰস্তুতি ।

Guwahati
গুৱাহাটীলৈ আহিব ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰী
author img

By

Published : Dec 1, 2019, 5:28 PM IST

গুৱাহাটী, 1 ডিচেম্বৰঃ গুৱাহাটীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শিঞ্জু অবে । মহানগৰীৰ লাচিত ঘাটৰ এক বিশেষ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে দুয়োগৰাকী প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব ।

গুৱাহাটীলৈ আহিব ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী দুয়োগৰাকীক আদৰাৰ বাবে মহানগৰীত চলিছে ব্যাপক প্ৰস্তুতি । মাছখোৱাৰ লাচিত ঘাটত দিনে নিশাই চলিছে যুদ্ধকালীন প্ৰস্তুতি । আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, জি এম ডি এ আৰু গুৱাহাটী পৌৰ নিগমে এই অনুষ্ঠানৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে । এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে 15 ডিচেম্বৰত গুৱাহাটী ভ্ৰমণলৈ আহিব জাপান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ।

উল্লেখ্য যে, ভাৰত-জাপান সন্মিলনীত অংশগ্ৰহণৰ উদ্দেশ্যে আহিব দুয়োগৰাকী প্ৰধানমন্ত্ৰী । লগতে লাচিত ঘাটৰ পৰা জাহাজেৰে মহাবাহুত প্ৰায় 45 মিনিট ঘুৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শিঞ্জু অবে । এই সময়ছোৱাতে দুয়ো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ উপৰিও দুয়োখন দেশৰ মাজত বহুকেইখন বাণিজ্যিক চুক্তি স্বাক্ষৰ হোৱাৰো সম্ভাৱনা আছে ।

Intro:গুৱাহাটীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শিঞ্জু অবে। মহানগৰীৰ লাচিত ঘাটৰ এক বিশেষ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে দুয়োগৰাকী প্ৰধানমন্ত্ৰী আহিব গুৱাহাটীলৈ। প্ৰধানমন্ত্ৰী দুয়োগৰাকীক আদৰাৰ বাবে মহানগৰীত চলিছে ব্যাপক প্ৰস্তুতি। মাছখোৱাৰ লাচিত ঘাটত দিনে নিশাই চলিছে যুদ্ধকালীন প্ৰস্তুতি। আভ্যন্তৰীণ জল পৰিবহন বিভাগ, জি এম ডি এ আৰু গুৱাহাটী পৌৰ নিগমে এই অনুষ্ঠানৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ১৫ ডিচেম্বৰত গুৱাহাটী ভ্ৰমণত আহিব জাপান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী।

Body:ভাৰত-জাপান সন্মিলনীত অংশগ্ৰহণৰ উদ্দেশ্যে আহিব প্ৰধানমন্ত্ৰী দুয়োগৰাকী। লাচিত ঘাটৰ পৰা জাহাজেৰে মহাবাহুত প্ৰায় 45 মিনিট সময় ঘুৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শিঞ্জু অবে। এই সময়ছোৱাতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ উপৰিও দুয়োখন দেশৰ মাজত বহুকেইখন বাণিজ্যিক চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.