ETV Bharat / state

ঈদৰ দিনা মহানগৰীত এটি কণমানিৰ গছ পুলি বিতৰণ

এই পৱিত্ৰ দিনটোত সকলো ইছলাম ধৰ্মৰ লোকসকলে নামাজৰ অন্তত ঘৰলৈ লৈ গ'ল এটাকৈ গছ পুলি ৷

মহানগৰীত এটি কনমানিৰ গছ পুলি বিতৰণ
author img

By

Published : Jun 5, 2019, 1:51 PM IST

গুৱাহাটী, 05 জুন : আজি পৱিত্ৰ ঈদ-উল-ফিতৰ ৷ ত্যাগ,সংযমেৰে এমাহ উপবাস তথা ৰমজানৰ ৰোজাৰ অন্তত আজি উলহ মালহৰে ইছলামধৰ্মী লোকসকলে পালন কৰিছে ঈদ ৷ সমান্তৰালকৈ আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ৷

ঈদৰ দিনা মহানগৰীত এটি কনমানিৰ গছ পুলি বিতৰণ

এই বিশেষ দিনটোত মহানগৰীৰ ৰাজধানী মছজিদত পৰিলক্ষিত হ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ ৰাজধানী মছজিদত ঈদৰ নামাজৰ পিচত এটি কনমানিয়ে গছপুলি বিতৰণ কৰে ৷ এই পৱিত্ৰ দিনটোত সকলো ইছলাম ধৰ্মৰ লোকসকলে নামাজৰ অন্তত ঘৰলৈ লৈ যায় এটাকৈ গছ পুলি ৷ যি সময়ত কংক্ৰীটৰ মহানগৰীত দিনক দিনে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে সেই সময়ত এনেধৰণৰ পদক্ষেপে জনসাধাৰণৰ মাজত যথেষ্ট সজাগতাৰ সৃষ্টি কৰিব বুলি আশা কৰিব পাৰি ৷

Intro:
আজি পবিত্ৰ ঈদল - ফিটাৰ । ত্যাগ , সংমেৰে এমাহ
উপবস তথা ৰমজানৰ ৰোজাৰ অন্তত আজি উলহ মালহৰে ইছলাম ধৰ্মী লোক সকলে পালন কৰিছে ঈদ । সমান্তৰালকৈ আজি সমগ্ৰ বিশ্বত পালন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস । এই বিশেষ দিনটোত মহানগৰীত এক ব্যতিক্ৰমী দৃশ্য ।

মহানগৰীৰ ৰাজধানী মজিদত এক ব্যতিক্ৰমী অনুষ্ঠান । ঈদৰ নামাজৰ পিছত বিতৰণ কৰা হল এটাকৈ গছপুলি ।
ইছলাম ধৰ্মৰ লোক সকলে এই পবিত্ৰ দিনটোত সকলোৱে নামাজৰ অন্তত ঘৰলৈ লৈ গল এটাকৈ গছ পুলি । যি সময়ত কংক্ৰীটৰ মহানগৰীত দিনক দিনে প্ৰদূষণৰ মাত্ৰ বৃদ্ধি পাইছে । পাহাৰ গছ ধংশ কৰি এফালৰ পৰা পৰিৱেশ বিনষ্ট কৰিছে সেই সময়ত এনেধৰণৰ পদক্ষেপে জন সাধাৰণৰ মাজত যথেষ্ট সজাগতাৰ সৃষ্টি কৰিব বুলি আশা কৰিব পাৰি ।

Body:আজি পবিত্ৰ ঈদল - ফিটাৰ । ত্যাগ , সংমেৰে এমাহ

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.