ETV Bharat / state

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য

author img

By

Published : Feb 25, 2019, 11:40 AM IST

ইন্ধনৰ মূল্য

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী: বিগত কিছু দিন ধৰি ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য। সোমবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ১৫ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ১৭ পইচাকৈ বৃদ্ধি পায়।

ইন্ধনৰ মূল্য

গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.০৭ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.২৯ টকা।

Intro:পুণৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য। সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ১৫পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ১৭পইচাকৈ বৃদ্ধি পালে।

Body:গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লত ৭১.০৭ আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৬৭.২৯ টকা। এনেদৰেই প্ৰতিদিনেই বৃদ্ধি পাই আছে ইন্ধনৰ মূল্য।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.