ETV Bharat / state

দেওবাৰেও বৃদ্ধি পালে ইন্ধনৰ মূল্য

ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য

author img

By

Published : Feb 24, 2019, 11:53 AM IST

বৃদ্ধি পালে ইন্ধনৰ মূল্য

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: বিগত কিছু দিন ধৰি ধাৰাৱাহিক ভাৱে মহানগৰীত বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য। দেওবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৮ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৯ পইচাকৈ বৃদ্ধি পায়।

বৃদ্ধি পালে ইন্ধনৰ মূল্য

গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭০.৯২ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.১২ টকা।

Slug: A_GHY_24FEB_801_PETROL PRICE HIKE_HIRUL HAQUE

পুণৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। দেওবাৰে প্ৰতিলিটাৰ পেট্ৰলত ৮ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি হ'ল ৯ পইচাকৈ। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰল ৭০.৯২ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৬৭.১২ টকা। প্ৰতিদিনেই এনেদৰেই বৃদ্ধি হৈ আছে ইন্ধনৰ মূল্য।

Visual-FTP
(Hirul Haque/Guwahati)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.