ETV Bharat / state

পুনৰ বৃদ্ধি পালে পনীয়া সোণৰ মূল্য

ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে ইন্ধনৰ মূল্য

author img

By

Published : Mar 2, 2019, 11:11 AM IST

ইন্ধনৰ মূল্য

বিগত কিছু দিন ধৰি ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য। শনিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ১৪ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত১৬ পইচাকৈ বৃদ্ধি পায়।

ইন্ধনৰ মূল্য

গুৱাহাটীত আজিৰ দিনটোতপ্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.৪৩ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.৭৬ টকা।

petrol diesel price hikes at gauhati 

পুনৰ বৃদ্ধি পালে পনীয়া সোণৰ মূল্য

ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে ইন্ধনৰ মূল্য

গুৱাহাটী, ২ মাৰ্চ : বিগত কিছু দিন ধৰি ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য। শনিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ১৪ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত১৬ পইচাকৈ বৃদ্ধি পায়। 

গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.৪৩ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.৭৬ টকা। 

key words - petrol , diesel , gauhati , গুৱাহাটী, পেট্ৰল , ডিজেল 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.