ETV Bharat / state

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য

author img

By

Published : Feb 26, 2019, 2:49 PM IST

ইন্ধনৰ মূল্য

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: বিগত কিছু দিন ধৰি ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য। মঙলবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ১০ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ১৩ পইচাকৈ বৃদ্ধি পায়।

ইন্ধনৰ মূল্য

গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.১৭ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.৪২ টকা।

Intro:আজিও বৃদ্ধি পালে ইন্ধনৰ মূল্য। মংগলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ১০পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ১৩ পইচা।

Body:গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লত ৭১.১৭ টকা আৰু ডিজেলৰ মূল্য হৈছে ৬৭.৪২ টকা।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.