- খাদ্যৰ সন্ধানত মহানগৰীত পুনৰ বন্য হস্তীৰ উপদ্ৰৱ
- মঙলবাৰে এটা হাতীয়ে পাথৰকোৱাৰীৰ বৰটিলাত সৃষ্টি কৰিছে সন্ত্ৰাস
- খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহিছিল হাতীটো
- পুৱাৰ পৰা বন বিভাগে হাতীটোক আতৰাই নিয়াৰ চেষ্টা অব্যাহত
- বৰ্তমানলৈ হাতীটোক নিৰাপদ স্থানলৈ নিয়াত ব্যৰ্থ বন বিভাগ
- ফটকা, জুইৰে হাটীটোক নিৰাপদ স্থানলৈ নিয়াৰ চেষ্টা বন বিভাগৰমহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰপ
মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ, ব্যৰ্থ বন বিভাগ - বন্য হস্তী
মঙলবাৰে পাথৰকোৱাৰীৰ বৰটিলাত পুৱতি নিশাৰ পৰায়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা বন্যহস্তীয়ে ৷ স্থানীয় লোকৰ সহযোগত ফটকা, জুই, আদিৰে হাটীটোক নিৰাপদ স্থানলৈ নিয়াৰ চেষ্টা বন বিভাগৰ ৷

মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰপ
- খাদ্যৰ সন্ধানত মহানগৰীত পুনৰ বন্য হস্তীৰ উপদ্ৰৱ
- মঙলবাৰে এটা হাতীয়ে পাথৰকোৱাৰীৰ বৰটিলাত সৃষ্টি কৰিছে সন্ত্ৰাস
- খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহিছিল হাতীটো
- পুৱাৰ পৰা বন বিভাগে হাতীটোক আতৰাই নিয়াৰ চেষ্টা অব্যাহত
- বৰ্তমানলৈ হাতীটোক নিৰাপদ স্থানলৈ নিয়াত ব্যৰ্থ বন বিভাগ
- ফটকা, জুইৰে হাটীটোক নিৰাপদ স্থানলৈ নিয়াৰ চেষ্টা বন বিভাগৰমহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰপ
Patharquary elephant