ETV Bharat / state

যুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

যুদ্ধকালীন তৎপৰতাৰে চৰকাৰে বাঘজানৰ পৰিৱেশ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে বুলি বুধবাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

parimal suklabaidya reaction on baghjan incident

author img

By

Published : Jun 10, 2020, 2:58 PM IST

গুৱাহাটী, 10 জুনঃ বুধবাৰে বাঘজানৰ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ বনমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি,যুদ্ধকালীন তৎপৰতাৰে তেওঁলোকে বাঘজানৰ পৰিৱেশ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে বাঘজানৰ সমীপত 78 টা কেম্প নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰোপৰি বায়ু সেনাকো তেওঁলোকে আহ্বান জনাইছে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৷

কালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছোঃ পৰিমল শুক্লবৈদ্য

স্থানীয় ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে,সকলো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে অইল ইণ্ডিয়াৰে হোৱা বাৰ্তালাপত তেওঁলোকে জানিবলৈ দিয়া অনুসৰি,পৰিস্থিতি স্বাভাৱিক হ'বলৈ কমেও তিনি-চাৰিদিন সময়ৰ প্ৰয়োজন হ'ব ৷

লগতে পঢ়কঃ বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.