ETV Bharat / state

চেঞ্চুৰী মৰাৰ দিশে পিয়াঁজ - ৰাজ্যত অনিয়ন্ত্ৰিত পিয়াঁজৰ মূল্য

পিয়াঁজৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷

ৰাজ্যত পিয়াঁজৰ মূল্য
author img

By

Published : Nov 11, 2019, 7:15 PM IST

Updated : Nov 11, 2019, 7:34 PM IST

গুৱাহাটী 11 নৱেম্বৰঃ ৰাজ্যত অনিয়ন্ত্ৰিত পিয়াঁজৰ মূল্য ৷ ব্যৱসায়ীয়ে প্ৰতি কেজি পিয়াঁজ বজাৰত 70-75 টকা দৰত বিক্ৰী কৰাৰ অভিযোগ গ্ৰাহকৰ ৷ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে প্ৰতি কেজি পিয়াঁজ 66 টকাত বিক্ৰী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল যদিও মন্ত্ৰীগৰাকীৰ নিৰ্দেশক কেৰেপ নকৰে একাংশ খচুৰা ব্যৱসায়ীয়ে ৷ আকৌ সাংবাদিকৰ কেমেৰা দেখিলেই প্ৰতি কেজি পিয়াঁজ 66 টকাত বিক্ৰী কৰাৰ কথা কয় ব্যৱসায়ীয়ে সকলে ৷

বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য

লগতে পঢ়কঃতুলসী গছে খালে পানী : কাৰোবাৰ মতে তুলসী দেৱী আৰু আন কাৰোবাৰ মতে অন্ধবিশ্বাস

ইপিনে, পিয়াঁজৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ অসমত পিয়াঁজৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে খেতিয়ক ৰাইজক আহ্বান বিধায়কগৰাকীৰ ৷

Intro:চেঞ্চুৰীৰ দিশে অগ্ৰসৰ পিয়াজৰ মূল্য। প্ৰতিদিনেই বৃদ্ধি পায়ে আছে পিয়াজৰ দৰ। যোগান মন্ত্ৰীয়ে প্ৰতি কেজি ৬৬ টকাত পিয়াজ বিক্ৰীৰ কৰাৰ নিৰ্দেশ দিছে যদিও কোনো ব্যৱসায়ীয়ে মানি লোৱা পৰিলক্ষিত হোৱা নাই। আজিও গুৱাহাটীৰ বজাৰত প্ৰতি কেজি পিয়াজ ৭০ - ৭৫ টকা দৰত বিক্ৰী হৈ আছে। কিন্তু সাংবাদিকৰ কেমেৰা দেখিলেই বিক্ৰেতাই ৬৬ টকা বুলি মন্তব্য কৰে। এক কথাত ক'বলৈ গ'লে অনিয়ন্ত্ৰিত এতিয়া পিয়াজ তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। যিয়ে যিমান দৰত পাৰিছে বিক্ৰী কৰি আছে সামগ্ৰী। কেৱল নিৰ্দেশ দিয়ে দায়িত্ব সামৰিছে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। ইফালে পিয়াজ মূল্যবৃদ্ধিয়ে এতিয়া ৰাইজক কন্দুৱাৰ কথা উল্লেখ কৰিলে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। নিজ দলৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ছাফাই দিয়ে বিধায়ক কলিতাই। পিয়াজ ক্ষেত্ৰত অসম অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। অসমত পিয়াজ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু খেতিয়কক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনালে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। তাৰোপৰি বৰ্তমান পিয়াজৰ উৰ্দ্ধগামী মূল্যৰ পৰ্যালোচনা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কগৰাকীয়ে।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Nov 11, 2019, 7:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.