ETV Bharat / state

মহানগৰীত ৰে'লৰ চেপাত শিশুসহ মহিলাৰ মৃত্যু - ৰে'ল দুৰ্ঘটনা

মৃত মহিলাগৰাকী মহানগৰীৰ ভূতনাথৰ ছামাতু বেগম বুলি চিনাক্ত ।

One women and child death in Rail Accident
মহানগৰীত ৰে'লৰ চেপাত মৃত্যু মহিলাসহ শিশুৰ
author img

By

Published : Jan 21, 2020, 5:59 PM IST

গুৱাহাটী, 21 জানুৱাৰী : মহানগৰীৰ কালীপুৰত মঙলবাৰে নিশা সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা ৷ কালীপুৰত ৰে'লৰ চেপাত মৃত্যু হয় মহিলাসহ এটি ছমহীয়া শিশুৰ । মৃত মহিলাগৰাকী মহানগৰীৰ ভূতনাথৰ ছামাতু বেগম বুলি চিনাক্ত । মহিলাগৰাকীয়ে শিশুটোক লৈ ৰে'ল লাইন পাৰ হওঁতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কথা উল্লেখ কৰে স্থানীয় লোকে ৷

মহানগৰীত ৰে'লৰ চেপাত মৃত্যু মহিলাসহ শিশুৰ

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ আনহাতে আঘাতপ্ৰাপ্ত শিশুটোৰো চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় । বৰ্তমান ৰে'ল আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত ।

Intro:মংগলবাৰে মহানগৰীৰ কালীপুৰত অঘটন। ৰে'লৰ চেপাত মহিলাসহ ছমহীয়া শিশুৰ মৃত্যু হয়। মৃত মহিলাগৰাকী ভূতনাথৰ ছামাতু বেগম বুলি জানিব পৰা গৈছে। ৰে'ল লাইন অতিক্ৰম কৰি থাকোতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। বৰ্তমান ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহটো।আনহাতে আঘাতপ্ৰাপ্ত শিশুটিক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় শিশুটোৰ। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
Byte- স্থানীয় মহিলাBody:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.