ETV Bharat / state

মালিগাঁৱত ড্ৰাগছ সহ আটক মাফিয়া - সুশীল দাস

আটকাধীন ড্ৰাগছ মাফিয়া সুশীল দাস । ড্ৰাগছ মাফিয়াটোৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই লাখ ১৮ হেজাৰ চাৰিশ টকা

মালিগাঁৱত আটক ড্ৰাগছ মাফিয়া
author img

By

Published : Aug 17, 2019, 8:55 PM IST

গুৱাহাটী, 17 আগষ্টঃ মহানগৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা । শনিবাৰে মহানগৰীৰ মালিগাঁৱত অপৰাধ অনুসন্ধান শাখা আৰু গোশালা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত আটক এটা ড্ৰাগছ মাফিয়া । আটকাধীন ড্ৰাগছ মাফিয়া সুশীল দাস । ড্ৰাগছ মাফিয়াটোৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই লাখ ১৮ হেজাৰ চাৰিশ টকা । গোপন সূত্ৰৰ ভিত্তিতে অপৰাধ অনুসন্ধান শাখাই সুশীলৰ আদিংগিৰিস্থিত বাসগৃহত চলাইছিল অভিযান । অভিযানতেই হাতে লোটে ধৰা পৰে ড্ৰাগছ মাফিয়াটো । দীৰ্ঘদিন পৰা সুশীল দাসে নিজ ঘৰৰ পৰায়ে চলাই আছিল ড্ৰাগছৰ কলা বেহা । আৰক্ষীৰ চকুত ধুলি দি মহানগৰীৰ বিভিন্ন স্থানত বিক্ৰী কৰি আহিছিল যুৱ প্ৰজন্মক কোঙা কৰা মাৰাত্মক ড্ৰাগছ । উল্লেখযোগ্য যে, সম্প্ৰতি অপৰাধ অনুসন্ধান শাখাই ধৃত সুশীল দাসৰ বিৰুদ্ধে অব্যাহত ৰাখিছে শোধা পোছা ।

মালিগাঁৱত ড্ৰাগছ সহ আটক মাফিয়া

Intro:মহানগৰীত এতিয়াও অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা। শণিবাৰে মহানগৰীৰ মালিগাঁৱত অপৰাধ অনুসন্ধান শাখা আৰু গোশালা আৰক্ষীয়ে চলাই ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানত আটক এটা ড্ৰাকছ মাফিয়া। আটকাধীন ড্ৰাগছ মাফিয়াটোৰ নাম সুশীল দাস। ড্ৰাগছ মাফিয়াটোৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই লাখ ১৮হেজাৰ চাৰিশ টকা। এক গোপন সুত্ৰৰ পম খেদি অপৰাধ অনুসন্ধান শাখাই সুশীলৰ আদিংগিৰিস্থিত বাসগৃহত চলাইছিল অভিযান। এই অভিযানতেই হাতে লোটে ধৰা পৰে ড্ৰাগছ মাফিয়াটো। দীৰ্ঘদিন পৰা সুশীল দাসে নিজ ঘৰৰ পৰায়ে চলাই আছিল ড্ৰাগছৰ কলা বেহা। আৰক্ষীৰ চকুত ধুলি দি মহানগৰীৰ বিভিন্ন স্থানত বিক্ৰী কৰি আহিছিল যুৱ প্ৰজন্মক কোঙা কৰা মাৰাত্মক ড্ৰাগছ। উল্লেখযোগ্য যে সম্প্ৰতি অপৰাধ অনুসন্ধান শাখাই ধৃত সুশীল দাসক শোধা পোছা অব্যাহত ৰাখিছে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.