ETV Bharat / state

GMCH Incident: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাদৰ পৰা পৰি এজনৰ মৃত্যু

author img

By

Published : Nov 25, 2022, 9:00 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন । চিকিৎসালয়খনৰ চাদৰ পৰা পৰি মৃত্যু হৈছে এজন ব্যক্তিৰ(One dies after falling from a roof in GMCH ) । মৃত লোকজন গৰ্গ পাটোৱাৰী(৪৮) বুলি চিনাক্ত কৰা হৈছে।

one-dies-after-falling-from-a-roof-in-gmch
GMCH Incident: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাদৰ পৰা পৰি এজনৰ মৃত্যু
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন(GMCH Incident)
  • চিকিৎসালয়খনৰ চাদৰ পৰা পৰি মৃত্যু এজন ব্যক্তিৰ
  • মৃত লোকজন গৰ্গ পাটোৱাৰী(৪৮)
  • লোকজনৰ ঘৰ সৰ্থেবাৰীত

  • মহেশ্বৰ ডেকা নামৰ এগৰাকী ৰোগীৰ সৈতে আছিল ব্যক্তিজন
  • চাদৰ পৰা পৰি যোৱাৰ ফলত মৃত্যুৰ সন্দেহ চিকিৎসালয় কৰ্তৃপক্ষৰ(One dies after falling from a roof in GMCH )
  • চিকিৎসালয়খনৰ চেন্ট্ৰেল ফাৰ্মাচীৰ সন্মুখত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল গৰ্গ পাটোৱাৰী
  • ততাতৈয়াকৈ চিকিত্‍সালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হয় গৰ্গ পাটোৱাৰীৰ
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.