ETV Bharat / state

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি MMCত উত্তপ্ত পৰিস্থিতি - One Died

ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত৷ চিকিৎসকৰ গাঁফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে একাংশই ৷

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি MMCত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jul 25, 2019, 5:44 PM IST

গুৱাহাটী, 25 জুলাইঃ ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত৷ চিকিৎসকৰ গাঁফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে একাংশই ৷

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি MMCত উত্তপ্ত পৰিস্থিতি

ঘটনা অনুসৰি, বুধবাৰে আবেলি চিকিৎসালয়খনত ভৰ্তি হৈছিল ওদালগুৰিৰ গুকুল চাচেনী নামৰ ৰোগীজন ৷ চিকিৎসা সম্পূৰ্ণ নকৰাকৈয়ে ৰোগীজনক যাবলৈ দিছিল চিকিৎসকে আৰু তাৰ পিচতেই মৃত্যু ঘটে ৰোগীজনৰ ৷ ইয়াকে লৈ ৰোগীজনৰ মৃতদেহ আগত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লোকে ৷ অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ উপস্থিতিত পৰিস্থিতি শান্ত হোৱাৰ লগতে ৰোগীজনৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷

Intro:নিশা মহেন্দ্ৰমোহন চৌধুৰী হস্পিতালত সৃষ্টি হুলস্থূলীয়া পৰিৱেশৰ। হস্পিতালৰ সন্মূখতে এজন ৰোগীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ হয়। চিকিৎসকৰ গাফিলটিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে একাংশই। সম্পূৰ্ণ চিকিৎসা নকৰাকৈয়ে ৰোগীক যাবলৈ দিয়া হৈছিল। বুধবাৰে আবেলি ৪বজাত ভর্তি কৰোৱা হৈছিল ওদালগুৰিৰ গুকুল চাচেনী নামৰ লোকজনক। ইফালে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালৰ সন্মুখত বহু সময় ধৰি মৃতদেহটো আগত লৈ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে। পিছত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এতিয়া মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ।Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.