- ফাঁচীবজাৰত কৰুণ দুৰ্ঘটনা
- পথৰ মাজত টানি থোৱা ৰচীত লাগি মৃত্যু এজনৰ(Fency bazar road accident)
- প্ৰশাসনক নজনোৱাকৈ পথৰ মাজত টানি থৈছিল ৰচী
- নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাজপথত টানি থৈছিল ৰচী
- পথটোৰে আহি থকা বাইক আৰোহীৰ ডিঙিত ৰচী ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো
- থিতাতে মৃত্যু হয় বাইক আৰোহীজনৰ
- মৃত যুৱকজন অজিত ঝা বুলি জানিব পৰা গৈছে
Fency bazar road accident: ফাঁচী বজাৰত ৰচীত লাগি মৃত্যু এজনৰ - one died in Fency bazar road accident
ফাঁচী বজাৰত পথ দুৰ্ঘটনা(Fency bazar road accident) ৷ পথৰ মাজত টানি থোৱা ৰচীত লাগি মৃত্যু এজনৰ ৷
![Fency bazar road accident: ফাঁচী বজাৰত ৰচীত লাগি মৃত্যু এজনৰ one-died-in-fency-bazar-road-accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16726891-thumbnail-3x2-jjds.jpg?imwidth=3840)
Fency bazar road accident: থিতাতে মৃত্যু এজনৰ