ETV Bharat / state

ন্যায়ালয়ৰ ৰায় অবিহনে আহমেদাবাদলৈ প্ৰেৰণ কৰা নহ'ব অসমৰ হাতীঃ অসম চৰকাৰ - judicial judgement

হাতী সৰবৰাহ সম্পৰ্কত মঙলবাৰে শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ সেয়ে ন্যায়ালয়ৰ ৰায়দান অবিহনে  আহমেদাবাদলৈ হাতী প্ৰেৰণ নকৰে অসম চৰকাৰে ৷

ন্যায়ালয়ৰ ৰায় অবিহনে আহমেদাবাদলৈ প্ৰেৰণ কৰা নহ'ব অসমৰ হাতীঃ অসম চৰকাৰ
author img

By

Published : Jun 24, 2019, 8:01 PM IST

গুৱাহাটী, 24 জুনঃ অসমৰ হাতী আহমেদাবাদলৈ সৰবৰাহ কৰা সম্পৰ্কত মঙলবাৰে গ্ৰহণ কৰা হ'ব শুনানি ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন সোমবাৰে গ্ৰহণ নকৰাৰ ফলত হাতী সৰবৰাহ সম্পৰ্কত মঙলবাৰে শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ সেয়ে ন্যায়ালয়ৰ ৰায়দান অবিহনে আহমেদাবাদলৈ হাতী প্ৰেৰণ নকৰে অসম চৰকাৰে ৷

ন্যায়ালয়ৰ ৰায় অবিহনে আহমেদাবাদলৈ প্ৰেৰণ কৰা নহ'ব অসমৰ হাতীঃ অসম চৰকাৰ

উল্লেখ্য যে, অসম চৰকাৰে তিনিচুকীয়া জিলাৰ পৰা চাৰিটাকৈ ঘৰচীয়া হাতী গুজৰাটৰ আহমেদাবাদলৈ ৰথ যাত্ৰাৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে বিভিন্ন দল সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে ।

Intro:ন্যায়ালয়ৰ ৰায় অবিহনে অসম চৰকাৰে আহমেদাবাদলৈ অসমৰ হাতী প্ৰেৰণ নকৰে বুলি ন্যায়ালয়ক জনায়। অসমৰ হাতী আহমেদাবাদলৈ সৰবৰাহ সম্পৰ্কত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ শুনানী হ'ব।

Body:অসম চৰকাৰে গুজৰাটৰ আহমেদাবাদলৈ ৰথ যাত্ৰাৰ বাবে অসমৰ চাৰিতকৈ ঘৰচীয়া হাতী প্ৰেৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বন্যপ্ৰাণী সুৰক্ষৰ লগত জড়িত সংগঠন সমূহে আপত্তি দৰখাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত অৱদেন দাখিল কৰিছিল। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰাজহুৱা স্বাৰ্থ জড়িত অৱদেন শুনানী গ্ৰহণ কৰে যদিও এই ক্ষেত্ৰত কোনো ৰায়দান প্ৰদান নকৰে। অসমৰ হাতী আহমেদাবাদলৈ সৰবৰাহ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙলবাৰে পুনৰ শুনানী গ্ৰহণ কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক হাতী সৰবৰাহ বাধা ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। অসম চৰকাৰে হাতী সৰবৰাহ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান অবিহনে আহমেদাবাদলৈ হাতী প্ৰেৰণ নকৰে বুলি ন্যায়ালয়ত জনায়।

বাইট : ভাস্কৰ দেৱ কোঁৱৰ, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়

Conclusion:উল্লেখ্য যে অসম চৰকাৰে তিনিচুকীয়া জিলাৰ পৰা চাৰিতকৈ ঘৰচীয়া হাতী গুজৰাটৰ আহমেদাবাদলৈ ৰথ যাত্ৰাৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে বিভিন্ন দল সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.