গুৱাহাটী, ১৬ জুলাই: এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে বি.এ এডমিনিষ্ট্ৰেটিভ চাৰ্ভিস ক'ৰ্চ (B.A administrative service course) কৰি ইউপিএছচি পৰীক্ষাত অৱৰ্তীৰ্ণ হ'ব পাৰিব । সোমবাৰে নমাইলস্থিত ইউনিভাৰ্চিটি অৱ ছাইঞ্চ এণ্ড টেকনলজী মেঘালয়াত অন্তৰ্ভুক্ত হ'ল এটা নতুন বিভাগ । ইউইছটিএমত ইউপিএছচি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ এক বিশেষ পাঠ্যক্ৰম মুকলি কৰা হয়।
ইউইছটিএমত ইউপিএছচি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ বিশেষ পাঠ্যক্ৰম মুকলি
নমাইলস্থিত ইউনিভাৰ্চিটি অৱ ছাইঞ্চ এণ্ড টেকনলজী মেঘালয়াত অন্তৰ্ভুক্ত হ'ল এটা নতুন বিভাগ ।
ইউইছটিএমত ইউপিএছচি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ বিশেষ পাঠ্যক্ৰম মুকলি
গুৱাহাটী, ১৬ জুলাই: এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে বি.এ এডমিনিষ্ট্ৰেটিভ চাৰ্ভিস ক'ৰ্চ (B.A administrative service course) কৰি ইউপিএছচি পৰীক্ষাত অৱৰ্তীৰ্ণ হ'ব পাৰিব । সোমবাৰে নমাইলস্থিত ইউনিভাৰ্চিটি অৱ ছাইঞ্চ এণ্ড টেকনলজী মেঘালয়াত অন্তৰ্ভুক্ত হ'ল এটা নতুন বিভাগ । ইউইছটিএমত ইউপিএছচি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ এক বিশেষ পাঠ্যক্ৰম মুকলি কৰা হয়।
Intro:ইউ পি এছ চি প্ৰশিক্ষাৰ্থীৰ উপযোগীকৈ বিশেষ পাঠ্যক্ৰম মুকলি ইউ ইছ টি এমত
Body:নমাইলস্থিত ইউনিভাৰ্চিটি অৱ ছাইঞ্চ এণ্ড টেকনলজী মেঘালয়াত অন্তৰ্ভুক্ত হ'ল এটা নতুন বিভাগৰ। BA administrative service course কৰি এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে ইউ পি এছ চি পৰীক্ষাত অৱৰ্তীৰ্ণ হ'ব পাৰিব। সোমবাৰে বিশ্ববিদ্যালয়খনত আনুষ্ঠানিকভাৱে এই নতুন বিভাগটো মুকলি কৰা হয়।
Conclusion:এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইউ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ডি পি আগৰৱাল। ইউ পি এছ চিত পৰীক্ষাৰ সময়চোৱাত কেনেদৰে অধ্যয়ন কৰিব লাগে সেই কথা নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰাক্তন অধ্যক্ষগৰাকীয়ে। উক্ত অনুষ্ঠানত এন ই চিৰ প্ৰাক্তন সদস্য চি কে দাস, ইউ এছ টি এমৰ উপাচাৰ্য মহবুবুল হক, ডঃ বলেন্দ্ৰ দাসকে প্ৰমুখ্য কৰি বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে।
Byte ১ ডি পি আগৰৱাল
২ মহবুবুল হক