ETV Bharat / state

বাঘজানৰ তৈল খাদ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা - National Green Tribunal given special order

ধ্বংস হোৱা জৈৱ বৈচিত্ৰতা ঘূৰাই অনাৰ বাবে তৎপৰতাৰে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণে ৷

National Green Tribunal given special order about Baghjan oil well
বাঘজানৰ তৈল খাদ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
author img

By

Published : Jun 25, 2020, 11:45 PM IST

গুৱাহাটী, 25 জুন: বাঘজানৰ তৈল খাদক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ ধ্বংস হোৱা জৈৱ বৈচিত্ৰতা ঘূৰাই অনাৰ বাবে তৎপৰতাৰে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণে ৷ প্ৰথম পৰ্য্যায়ত অইল ইণ্ডিয়া লিমিটেডক 25 কোটি টকা মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণে ৷

উল্লেখ্য যে, তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত অইল ইণ্ডিয়াই জৈৱ বৈচিত্ৰ পুনৰ উদ্ধাৰৰ বাবে কাম কৰিব লাগিব ৷ সমগ্ৰ ঘটনা অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যাধীকৰণে গঠন কৰি দিলে বিশেষ কমিটি ৷ অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বি পি কটকীৰ অধ্যক্ষতাত গঠন কৰা হৈছে আঠ জনীয়া কমিটি ৷ এই কমিটিত থাকিব কেইবাগৰাকী পৰিবেশ বিজ্ঞানী ,অধ্যাপক আৰু প্ৰশাসনীয় ব্যক্তি ৷ এই কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব সেউজ ন্যায়ধীকৰণত ৷

লগতে পঢ়কঃ তিনিচুকীয়াৰ বানাক্ৰান্তক উচিত সাহায্য প্ৰদানৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.