ETV Bharat / state

ৰাশিফল অনুসৰি কেনে হ’ব ডিচেম্বৰ মাহটো ? - ডিচেম্বৰ মাহৰ ৰাশিফল

Monthly Horoscope for December: চলিত ডিচেম্বৰ মাহটো ৰাশিফল অনুসৰি কেনে হ’ব এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰীয়ে ।

Monthly Horoscope for December month
ডিচেম্বৰ মাহৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 6:09 PM IST

ডিচেম্বৰ মাহৰ ৰাশিফল

মেষ ৰাশি- ডিচেম্বৰ মাহটো মেষ ৰাশিৰ জাতক-জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত যতন ল’ব লাগিব । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল এই মাহটো । কৰ্মক্ষেত্ৰ আৰু বিত্তীয় ক্ষেত্ৰত এই মাহটো মেষৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল ।

বৃষ ৰাশি- চলিত মাহটো বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ভাল যদিও, সম্পৰ্কৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’ব । বিত্তীয় ক্ষেত্ৰত এই মাহটো ভাল । লগতে ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিব ।

মিথুন ৰাশি- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ডিচেম্বৰ মাহটো খুব ভাল । বিশেষকৈ বিত্তীয় ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক-জাতিকাসকলে চলিত মাহত ভাল ফলাফল লাভ কৰিব ।

কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে চলিত মাহত কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে । মানসিক চিন্তাত ভুগিব পাৰে । অন্যান্য ক্ষেত্ৰত ভাল ফল লাভ কৰিব ।

সিংহ ৰাশি- সিংহ ৰাশিৰ জাতক-জাতিকা সকল চলিত মাহত মান-সন্মান আৰু প্ৰতিষ্ঠা লাভৰ যোগ আছে । কৰ্মক্ষেত্ৰ, বিত্তীয় ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব । শিক্ষাৰ্থীসকলৰ বাবেও চলিত মাহটো ভাল ।

কন্যা ৰাশি- কন্যা ৰাশিৰ জাতক-জাতিকা সকলে চলিত মাহত কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’ব । স্বাস্থ্যৰ যতন ল’ব লাগিব ।

তুলা ৰাশি- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে চলিত মাহটো ভাল । সম্পৰ্কৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব । জীৱনত বিলাসিতা বৃদ্ধি পাব ।

বৃশ্চিক ৰাশি- এই ৰাশিৰ জাতক-জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব । স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব । কৰ্মক্ষেত্ৰত অকমান বাধাৰ সন্মুখীন হ’ব পাৰে ।

ধনু ৰাশি- ধনু ৰাশিৰ লোক সকলে পাৰিবাৰিক ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব । কিন্তু কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে ৷

মকৰ ৰাশি- মকৰ জাতক-জাতিকাসকলৰ বাবে চলিত মাহটো ভাল । উচ্চশিক্ষা, সম্পৰ্ক, স্বাস্থ্য আদি ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ।

কুম্ভ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাসকলে চলিত মাহত সম্পৰ্কৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব । শিক্ষা, বিত্তীয়, স্বাস্থ্য আদি ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ।

মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল’ব লাগিব । পাৰিবাৰিক সম্পর্কত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে । বাকী অন্যান্য ক্ষেত্ৰসমূহত ভাল ফলাফল লাভ কৰিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.