ETV Bharat / state

ৰাজ্যৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰিব মাস্ক : নৱ কুমাৰ দলে - পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে

দেওবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেই ঘোষণা কৰে যে,ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে থলুৱাভাৱে মাস্ক প্ৰস্তুত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ আত্মসহায়ক গোটসমূহে তৈয়াৰ কৰিব বৃহৎ সংখ্যক কপাহী মাস্ক ৷ ইয়াৰ বাবে জিলা প্ৰশাসনে আত্মসহায়ক গোটসমূহক সকলো সা-সামগ্ৰীৰ যোগান ধৰিব ৷

ৰাজ্যৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰিব মাস্ক : নৱ কুমাৰ দলে

author img

By

Published : Apr 20, 2020, 11:02 AM IST

গুৱাহাটী, 20 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিজন লোককে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ পিছতে থলুৱাভাৱে মাস্ক প্ৰস্তুত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। ৰাজ্যৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা তৈয়াৰ কৰা হ’ব বৃহৎ সংখ্যক কপাহী মাস্ক ।

ৰাজ্যৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰিব মাস্ক : নৱ কুমাৰ দলে

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেই দেওবাৰে এই কথা প্ৰকাশ কৰি কয় যে,ৰাজ্যৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা শিশুসকলৰ বাবে ৭ ইঞ্চি দীঘল আৰু ৫ ইঞ্চি বহল,প্ৰাপ্তবয়স্কৰ বাবে ৯ ইঞ্চি দীঘল আৰু ৭ ইঞ্চি বহল কপাহী মাস্ক প্ৰস্তুত কৰা হ’ব। মাস্ক প্ৰস্তুতৰ বাবে জিলা প্ৰশাসনে স্থানীয়ভাৱে আত্মসহায়ক গোটসমূহক সকলো সা-সামগ্ৰীৰ যোগান ধৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক : স্বাস্থ্য বিভাগৰ তৎপৰতাক শলাগিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.