গুৱাহাটী, 04 এপ্ৰিল: চিআৰপিএফৰ কম্পোচাইট হস্পিতাল গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে এইডছ্ আৰু এইছ আই বিৰ ওপৰত চিকিৎসকৰ এখন আলোচনা চক্ৰ আৰু কৰ্মশালা ৷ গুৱাহাটী 9 মাইলস্থিত গ্ৰুপ চেণ্টাৰ চিআৰপিএফৰ কম্পোচাইট হস্পিতাল গুৱাহাটীত ৰাষ্ট্ৰীয় এইডছ্ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত আয়োজিত আলোচনা চক্ৰ আৰু কৰ্মশালাত অংশ গ্ৰহণ কৰে উত্তৰ-পূবৰ চিআৰপিএফ, এনএজজি, আছাম ৰাইফলত কৰ্মৰত বহুকেইগৰাকী চিকিৎসকে ৷
গুৱাহাটীতস্থিত চিআৰপিএফৰ কম্পোচাইট হস্পিতালত দুদিনীয়াকৈ আয়োজন এইডছ্ আৰু এইছ আই বিৰ ওপৰত আলোচনা চক্ৰ ও কৰ্মশালা - গুৱাহাটী
গুৱাহাটী 9 মাইলস্থিত গ্ৰুপ চেণ্টাৰ চিআৰপিএফৰ কম্পোচাইট হস্পিতাল গুৱাহাটীত ৰাষ্ট্ৰীয় এইডছ্ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত আয়োজিত আলোচনা চক্ৰ আৰু কৰ্মশালাত অংশ গ্ৰহণ কৰে উত্তৰ-পূবৰ চিআৰপিএফ, এনএজজি, আছাম ৰাইফলত কৰ্মৰত বহুকেইগৰাকী চিকিৎসকে ৷
গুৱাহাটীতস্থিত চিআৰপিএফৰ কম্পোচাইট হস্পিতালত দুদিনীয়াকৈ আয়োজন এইডছ্ আৰু এইছ আই বিৰ ওপৰত আলোচনা চক্ৰ ও কৰ্মশালা
গুৱাহাটী, 04 এপ্ৰিল: চিআৰপিএফৰ কম্পোচাইট হস্পিতাল গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে এইডছ্ আৰু এইছ আই বিৰ ওপৰত চিকিৎসকৰ এখন আলোচনা চক্ৰ আৰু কৰ্মশালা ৷ গুৱাহাটী 9 মাইলস্থিত গ্ৰুপ চেণ্টাৰ চিআৰপিএফৰ কম্পোচাইট হস্পিতাল গুৱাহাটীত ৰাষ্ট্ৰীয় এইডছ্ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত আয়োজিত আলোচনা চক্ৰ আৰু কৰ্মশালাত অংশ গ্ৰহণ কৰে উত্তৰ-পূবৰ চিআৰপিএফ, এনএজজি, আছাম ৰাইফলত কৰ্মৰত বহুকেইগৰাকী চিকিৎসকে ৷
Intro:চিআৰপিএফৰ কম্পোচাইট হস্পিতাল চিআৰপিএফ গুৱাহাটীত।আজিৰে পৰা দুদিনীয়াকৈ এইডছ্ আৰু এইছ আই বিৰ ওপৰত এখন চিকিৎসকৰ আলোচনা চক্ৰ আৰু কৰ্মশালা আয়োজন।
Body:৯ মাইল অৱস্থিত গ্ৰুপ চেণ্টাৰ চিআৰপিএফৰ কম্পোচাইট হস্পিতাল চিআৰপিএফ গুৱাহাটীত ৰাষ্ট্ৰীয় এইডছ্ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ এইডছ্ আৰু এইছ আই বিৰ ওপৰত এখন চিকিৎসকৰ আলোচনা চক্ৰ আৰু কৰ্মশালা আয়োজন কৰা হৈছে। যত উত্তৰ পূবৰ চিআৰপিএফ, NSG, আছাম ৰাইফলত কৰ্মৰত চিকিৎসকে অংশ গ্ৰহণ কৰে।
Byte
Conclusion:Asrar Ansari
গুৱাহাটী