ETV Bharat / state

তৰুণ গগৈৰ আৰোগ্য কামনাৰে মাডাৰ বৃদ্ধাৱাসৰ প্ৰাৰ্থনা

শনিবাৰৰ নিশাৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

author img

By

Published : Nov 22, 2020, 10:32 AM IST

mass-prayer-for-tarun-gogoi-speed-recovery-by-mother-old-age-home
তৰুণ গগৈৰ আৰোগ্য কামনাৰে মাডাৰ বৃদ্ধাৱাসৰ প্ৰাৰ্থনা

গুৱাহাটী, 22 নৱেম্বৰ: ক্ৰমাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ তেখেতৰ আৰোগ্য কামনা কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে সমগ্ৰ ৰাজ্যবাসীয়ে ৷ সমান্তৰালকৈ গুৱাহাটীৰ হাতীগাঁওস্থিত মাডাৰ বৃদ্ধাৱাসৰ আইতা সকলেও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশুআৰোগ্য কামনা কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে ৷ শনিবাৰে নিশা বৃদ্ধাৱাসৰ আইতা সকলে ভগৱানৰ ওচৰত ধূপ, ধুনা জ্বলাই তৰুণ গগৈৰ সু স্বাস্থ্যৰ কামনা কৰে ৷

উল্লেখ্য যে, শনিবাৰৰ নিশাৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ অভিজ্ঞ চিকিৎসকৰ দলে ইতিমধ্যে তত্বাৱধানত ৰাখিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ৷

লগতে পঢ়কঃ গঠন হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নতুন নেতৃত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.