ETV Bharat / state

অসম চৰকাৰৰ পাঁচটা বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Aug 27, 2020, 9:30 AM IST

কৃষি বিভাগ, জলসিঞ্চন বিভাগ, জলসম্পদ, ভূমি সংৰক্ষন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত চলিছে ব্যাপক দুৰ্নীতি ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী মানৱ অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ ৷

durniti birudhi manob adhikar surakhya mancha
অসম চৰকাৰৰ পাঁচটা বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ

গুৱাহাটী, 27আগষ্টঃ বিগত চাৰে চাৰি বছৰত ৰাজ্য চৰকাৰে প্ৰতিটো বিভাগতে কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিছে ৷ বিভাগৰ কাম নকৰাকৈ হৰলুকি কৰিলে কেইবাকোটি টকা ৷ এই বিষ্ফোৰক অভিযোগ দুৰ্নীতি বিৰোধী মানৱ অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ ৷

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবামেল আয়োজন কৰি এই অভিযোগ কৰে মানৱ অধিকাৰ সুৰক্ষা মঞ্চই ৷ তেওঁলোকে কয় যে, চৰকাৰৰ পাঁচটা বিভাগত চলিছে ব্যাপক দুৰ্নীতি ৷ কৃষি বিভাগ, জলসিঞ্চন বিভাগ, জলসম্পদ, ভূমি সংৰক্ষন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত ক'ৰণাৰ সময়ছোৱাত কোনো ধৰণৰ কাম নকৰাকৈ কোটি কোটি টকা আত্মসাৎ কৰিছে বুলি গুৰুতৰ অভিযোগ তুলে সুৰক্ষা মঞ্চই ৷ এনে ঘটনাৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ বুধবাৰে আয়োজন কৰা সংবাদমেলত প্ৰতিটো বিভাগৰ দুৰ্নীতিসমূহ তথ্যসহ প্ৰকাশ কৰে সংগঠনটোৱে ৷

লগতে পঢ়কঃ টীয়কৰ মেলং চাহ বাগিছাত আটছাৰ ধৰ্ণা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.