ETV Bharat / state

পুনৰ দেশজুৰি চৰ্চাত হিমন্ত বিশ্ব শৰ্মা

পুনৰ দেশজুৰি চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেশৰ সকলো মাদ্ৰাছা বন্ধ হোৱা উচিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আৰ এছ এছৰ দ্বাৰা দিল্লীত আয়োজিত এক ক'নক্লেভত ভাগ লৈ ড৹ শৰ্মাই কয় যে মাদ্ৰাছাত পঢ়ি কোনো শিশু ডাক্টৰ বা ইঞ্জিনিয়াৰ হব নোৱাৰে ৷ ধৰ্মৰ শিক্ষা ঘৰত লওক ৷ তেওঁ আৰু কয় যে ভাৰতত বসবাস কৰা সকলো মুছলমান লোকেই এসময়ত হিন্দু আছিল ৷ স্বাভাৱিকতে তোলপাৰ লাগিছে তেওঁৰ এনে মন্তব্যত ৷

author img

By

Published : May 23, 2022, 5:11 PM IST

Assam CM Himanta Biswa Sarma at RSS event
পুনৰ দেশজুৰি চৰ্চাত হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক:23মে, পুনৰ দেশজুৰি চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেশৰ সকলো মাদ্ৰাছা বন্ধ হোৱা উচিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আৰ এছ এছৰ দ্বাৰা দিল্লীত আয়োজিত এক ক'নক্লেভত ভাগ লৈ ড৹ শৰ্মাই কয় যে মাদ্ৰাছাত পঢ়ি কোনো শিশু ডাক্টৰ বা ইঞ্জিনিয়াৰ হব নোৱাৰে ৷

পুনৰ দেশজুৰি চৰ্চাত হিমন্ত বিশ্ব শৰ্মা

ধৰ্মৰ শিক্ষা ঘৰত লওক ৷ তেওঁ আৰু কয় যে ভাৰতত বসবাস কৰা সকলো মুছলমান লোকেই এসময়ত হিন্দু আছিল ৷ স্বাভাৱিকতে তোলপাৰ লাগিছে তেওঁৰ এনে মন্তব্যত ৷ আৰু কি কি কলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চাওক এই প্ৰতিবেদন ৷

লগতে পঢ়ক: Batadrava PS incident : আক্ৰমণকাৰীৰ বাসগৃহৰ পৰা জব্দ ড্ৰাগছ-মাৰণাস্ত্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.