ETV Bharat / state

এগৰাকী নৃত্য পৰিচালকৰ মহানুভৱতা...

মহানগৰীৰ নাৰেংগীৰ অজয় মালাকাৰ নামৰ নৃত্য পৰিচালকগৰাকীয়ে লক ডাউনৰ মাজতে পদপথৰ ভোকাতুৰ লোকসকলক যোগান ধৰে আহাৰৰ ৷ গুৱাহাটীৰ কেইবাটাও অঞ্চলত ব্যক্তিগৰাকীয়ে নিজা বাহনেৰে খাদ্য সামগ্ৰী কঢ়িয়াই নি সেয়া যোগান ধৰে বহু লোকক ৷

author img

By

Published : Jul 7, 2020, 2:20 PM IST

lockdown situation in guwahati among helpless people assam etv bharat news
এগৰাকী নৃত্য পৰিচালকৰ মহানুভৱতা

গুৱাহাটী,7 জুলাই: মহানগৰীত কৰ’ণা সংক্ৰমণৰ হাৰ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ পিছত জাৰি কৰা হৈছিল চৈধ্যদিনীয়া লক ডাউন ৷ এই লক ডাউনৰ এসপ্তাহ পাৰ হোৱাৰ পিছত প্ৰশাসনে আংশিকভাৱে শিথিল কৰিছিল লক ডাউন ৷ কিন্তু পুনৰ কঠোৰভাৱে মহানগৰীত আৰম্ভ হৈছে লক ডাউন ৷ ফলত বন্ধ হৈ পৰিছে সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে ধৰ্মীয় উপাসনা গৃহ সমূহো ৷ এনে অৱস্থাৰ মাজতে মহানুৱতাৰ পৰিচয় দাঙি ধৰিছে এগৰাকী নৃত্য পৰিচালকে ৷ মহানগৰীৰ নাৰেংগীৰ অজয় মালাকাৰ নামৰ নৃত্য পৰিচালকগৰাকীয়ে লক ডাউনৰ মাজতে পদপথৰ ভোকাতুৰ লোকসকলক যোগান ধৰে আহাৰৰ ৷ গুৱাহাটীৰ কেইবাটাও অঞ্চলত ব্যক্তিগৰাকীয়ে নিজা বাহনেৰে খাদ্য সামগ্ৰী কঢ়িয়াই নি সেয়া যোগান ধৰে বহু লোকক ৷ অজয়ৰ এই প্ৰচেষ্টাই কংক্ৰিটেৰে পৰিপূৰ্ণ মহানগৰীত মানৱতাৰ পৰিচয় দিয়ে ৷ লগতে সুৰক্ষাৰ বাবে ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে পৰিচালকগৰাকীয়ে ৷

এগৰাকী নৃত্য পৰিচালকৰ মহানুভৱতা

লগতে চাওকঃ টীয়কত পানী যোগান আঁচনিৰ ধন মোকলাই নিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.