ETV Bharat / state

Assam HS result 2023 : কলা শাখাৰ শীৰ্ষ স্থানত আছে সংকল্পজিৎ শইকীয়া

author img

By

Published : Jun 6, 2023, 9:15 AM IST

পুৱা ৯ বজাৰ লগে লগে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS result 2023) ৷ কলা শাখাৰ শীৰ্ষ ১০ টা স্থানত আছে মুঠ ১৪ গৰাকী শিক্ষাৰ্থী ৷

Assam HS result 2023
অৱশেষত ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, ৬ জুন : অৱশেষত ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS result 2023) ৷ কলা শাখাৰ শীৰ্ষ ১০ টা স্থানত আছে মুঠ ১৪ গৰাকী শিক্ষাৰ্থী (List of Successful Candidates Securing The First 10 Positions) ৷ স্থান প্ৰাপকসকল হ’ল-

* ১ম স্থানত আছে শংকলপজিৎ শইকীয়া ৷ সৰ্বমুঠ ৪৯০ নম্বৰ লাভ কৰিছে নগাঁৱৰ ৰামানুজন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ সংকল্পজিৎ শইকীয়াই ৷

* ২য় স্থানত আছে দিয়া মহন্ত ৷ সৰ্বমুঠ ৪৮৮ নম্বৰ লাভ কৰিছে নগাঁৱৰ ৰামানুজন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ দিয়া মহন্তই ৷

* ৩য় স্থানত আছে শ্ৰেয়া চৰকাৰ ৷ সৰ্বমুঠ ৪৮৭ নম্বৰ লাভ কৰিছে শ্ৰেয়া চৰকাৰে ৷

* ৪ৰ্থ স্থানত আছে সুকলেনমুং চেতিয়া ৷ সৰ্বমুঠ ৪৮৬ নম্বৰ লাভ কৰিছে নগাঁৱৰ ৰামানুজন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সুকলেনমুং চেতিয়াই ৷

* ৫ম স্থানত আছে শ্বেখ ছানিয়া তাছনিম ৰহমান ৷ সৰ্বমুঠ ৪৮২ নম্বৰ লাভ কৰিছে নগাঁৱৰ ৰামানুজন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শ্বেখ ছানিয়া তাছনিম ৰহমান ৷

* ৬ নং স্থানত আছে কাব্যাশ্ৰী শৰ্মা ৷ সৰ্বমুঠ ৪৮১ নম্বৰ লাভ কৰিছে নলবাৰীৰ শংকৰদেৱ একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল) ৰ ছাত্ৰীগৰাকীয়ে ৷

* ৭ম স্থানত আছে কাস্মিতা শৰ্মা ৷ সৰ্বমুঠ ৪৮০ নম্বৰ বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে ৷

* লগতে ৭ম স্থানত আছে স্ববনম শইকীয়া ৷ সৰ্বমুঠ ৪৮০ নম্বৰ লাভ কৰিছে নগাঁৱৰ ৰামানুজন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ স্ববনম শইকীয়াই ৷

* ৮ম স্থানত আছে প্ৰতিক্ষ ভূঞা ৷ সৰ্বমুঠ ৪৭৯ নম্বৰ লাভ কৰিছে বৰপেটাৰ অনুন্দোৰাম বৰুৱা একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল)ৰ প্ৰতিক্ষ ভূঞাই ৷

লগতে ৮ম স্থানত আছে দৃষ্টি এন জি বৰ্মন ৷ সৰ্বমুঠ ৪৭৯ নম্বৰ লাভ কৰিছে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল)ৰ দৃষ্টি এন জি বৰ্মনে ৷

একেটা স্থানতে আছে জেৰিফা আহমেদ ৷ সৰ্বমুঠ ৪৭৯ নম্বৰ লাভ কৰিছে নগাঁৱৰ ৰামানুজন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ জেৰিফা আহমেদে ৷

* ৯ম স্থানত আছে কাব্যশ্ৰী দাস ৷ সৰ্বমুঠ ৪৭৭ নম্বৰ লাভ কৰিছে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল)ৰ ছাত্ৰীগৰাকীয়ে ৷

* ১০ম স্থানত আছে কৃষ্ণটিনা দেৱী ৷ সৰ্বমুঠ ৪৭৬ নম্বৰ লাভ কৰিছে নগাঁওৰ কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে ৷

লগতে দশম স্থানত আছে মৃন্ময় কুমাৰ বৰা ৷ সৰ্বমুঠ ৪৭৬ নগাঁৱৰ ৰামানুজন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰগৰাকীয়ে ৷

লগতে পঢ়ক : Assam HS result 2023 : আজি পুৱা ৯ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.