ETV Bharat / state

ৰাজ্যত মদ নিষিদ্ধ কৰাৰ দাবী - লক্ষীৰাম বৰুৱা সদন

মদ নিষিদ্ধ কৰাৰ দাবীত গুৱাহাটীত ৰাজ্যিক ছাত্ৰ-যুৱ-মহিলা অভিৱৰ্তন । লক্ষ্মীৰাম বৰুৱা সদনত অল ইণ্ডিয়া মহিলা সাংস্কতিক সংগঠনৰ উদ্যোগত এই অভিৱৰ্তন অনুষ্ঠিত হয় ৷

অসমত সম্পূৰ্ণৰূপে মদ নিষিদ্ধ কৰিব লাগে চৰকাৰে
author img

By

Published : Mar 10, 2019, 12:48 AM IST

গুৱাহাটী, ৯ মাৰ্চঃ লক্ষ্মীৰাম বৰুৱা সদনত অল ইণ্ডিয়া মহিলা সাংস্কতিক সংগঠনৰ উদ্যোগত শনিবাৰেমদ নিষিদ্ধ কৰাৰ দাবীত একৰাজ্যিক ছাত্ৰ-যুৱ-মহিলা অভিৱৰ্তন অনুষ্ঠিত হয়।

অসমত সম্পূৰ্ণৰূপে মদ নিষিদ্ধ কৰিব লাগে চৰকাৰে
এই অভিৱৰ্তনত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞি, চন্দ্ৰলেখা দাসৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷ অভিৱৰ্তনত সংগঠনটোৱেঅসমত সম্পূৰ্ণৰূপে মদ নিষিদ্ধ কৰাৰ বাবে দাবী জনায় ৷

যোৰহাট-গোলাঘাটত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকসকলৰসন্তানৰআশ্ৰয়সহ সকলো দায়িত্ব চৰকাৰে বহন কৰাৰো দাবী জনায় সংগঠনটোৱে ৷

সমগ্ৰ ৰাজ্যত মদ নিষিদ্ধ কৰনৰ দাবীত লক্ষীৰাম বৰুৱা সদনত অল ইণ্ডিয়া মহিলা সাংস্কতিক সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় ৰাজ্যিক ছাত্ৰ যুৱ মহিলাৰ এক  অভিবৰ্তন  ৷  এই অভিবৰ্তনত উপস্থিত থাকে  বিশিষ্টা সাহিত্যিক   নিৰুপমা বৰগোহাঞি,চন্দ্ৰলেখা দাস ৰ লগতে বহুকেইগৰাকী লোক ৷ অভিবৰ্তনত মহিলা সংগঠনটোৰ দাবী অসমত সম্পূৰ্নৰূপে  মদ নিষিদ্ধ কৰিব লাগে চৰকাৰে ৷ লগতে 
গোলাঘাট যোৰহাট কাণ্ডত চিৰদিনৰ বাবে ঘুনীয়া সকলৰ চিকিৎসাৰ উপৰিও জীৱনৰ সকলো দায়িত্ব চৰকাৰে গ্ৰহন কৰাৰো দাবী তুলে ৷ 
ইয়াৰ উপৰিও এই ঘটনাত পিতৃ মাতৃহীন অনাথ শিশুসকলৰ আশ্ৰয়সহ সকলো দায়িত্ব চৰকাৰে বহন কৰাৰো দাবী তুলিলে সংগঠনটোৱে ৷ তেওঁলোকৰ এই সমূহ দাবী চৰকাৰে অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী তুলি পুৱা এক প্ৰতিবাদী সমদলো উলিয়ায় ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.