ETV Bharat / state

মহানগৰীৰ লংকেশ্বৰত অগ্নিকাণ্ড

লংকেশ্বৰৰ নিহাৰিকা মাৰ্কেটৰ এটা ফাৰ্নিচাৰৰ শ্ব’ ৰূমত মঙলবাৰে সংঘটিত হয় অগ্নিকাণ্ড ৷ পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ ৪ খনকৈ বাহনে জুঁই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় |

Lankeshwar fire
মহানগৰীৰ লংকেশ্বৰত অগ্নিকাণ্ড
author img

By

Published : Apr 22, 2020, 11:53 AM IST

গুৱাহাটী, 22 এপ্ৰিলঃ মঙলবাৰে নিশা মহানগৰীৰ লংকেশ্বৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ লংকেশ্বৰৰ নিহাৰিকা মাৰ্কেটৰ এটা ফাৰ্নিচাৰৰ শ্ব’ ৰূমত সংঘটিত হয় অগ্নিকাণ্ডটো ৷ পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ ৪ খনকৈ বাহনেৰে জুঁই নুমুৱাবলৈ সক্ষম হয় যদিও সম্পূৰ্ণৰূপে ভষ্মীভূত হয় শ্ব’ ৰূমটোৰ সকলো সামগ্ৰী ৷ এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় 20 লাখ টকাৰ ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

মহানগৰীৰ লংকেশ্বৰত অগ্নিকাণ্ড

লগতে পঢ়ক-কোকৰাঝাৰত ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.