ETV Bharat / state

সৰুসজাইত খেল' ইণ্ডিয়াৰ বৰ্ণিল সামৰণি অনুষ্ঠান

author img

By

Published : Jan 22, 2020, 11:07 PM IST

বুধবাৰে সৰুসজাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে সমাপ্ত পৰে দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খেল' ইণ্ডিয়া ৷ ২৫৬ টাকৈ পদক অৰ্জন কৰি দ্বিতীয় বাৰলৈ চেম্পিয়ন হ'বলৈ সক্ষম হয় মহাৰাষ্ট্ৰ ।

খেল' ইণ্ডিয়া
সৰুসজাইত খেল' ইণ্ডিয়াৰ বৰ্ণিল সামৰণি অনুষ্ঠান

গুৱাহাটী, 22 জানুৱাৰীঃ সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত তৃতীয় সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ । সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত বৰ্ণাঢ্য কাৰ্যসূচীৰে সমাপ্ত পৰে দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনি । তৃতীয় সংখ্যক খেলো ইণ্ডিয়াত ২৫৬ টাকৈ পদক অৰ্জন কৰি দ্বিতীয় বাৰলৈ চেম্পিয়ন হ'বলৈ সক্ষম হয় মহাৰাষ্ট্ৰ ।

ইয়াৰ বিপৰীতে প্ৰথম স্থানত আছে হাৰিয়ানা আৰু দ্বিতীয় স্থানত আছে দিল্লী । এই সমাৰোহৰ জৰিয়তে ন-ন প্ৰতিভা জিলিকি উঠিছে বিভিন্ন ৰাজ্যসমূহৰ । আনহাতে, সামৰণি অনুষ্ঠান উপস্থিত থাকি আগন্তুক অলিম্পিকত ভাৰত উজলি উঠিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে খেলো ইণ্ডিয়া অসমত অনুষ্ঠিত কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, খেলো ইণ্ডিয়া সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে প্ৰমুখ্য কৰি বহু ক্ৰীড়াবিদ আৰু কেইবাগৰাকীও অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক । ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি 'আকৌ আহিব' শীৰ্ষক এখন স্মৃতি গ্ৰন্থ উন্মোচনী কৰা হয় ।

আৰু পঢ়কঃ সম্পূৰ্ণ যানজঁটমুক্ত আইজল চহৰ !

Intro:সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত তৃতীয় সংখ্যক খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ। সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে সমাপ্ত হয় দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনি। তৃতীয় সংখ্যক খেল' ইণ্ডিয়াত ২৫৬টাকৈ পদক অৰ্জন কৰি দ্বিতীয় বাৰলৈ চেম্পিয়ন হ'বলৈ সক্ষম হয় মহাৰাষ্ট্ৰ। ইয়াৰ বিপৰীতে দ্বিতীয় ৰানাৰ-আপ দিল্লী আৰু প্ৰথম ৰানাৰ-আপ হয় হাৰিয়ানা। এই সমাৰোহৰ জৰিয়তে ন ন প্ৰতিভা জিলিকিল উঠিছে। আগন্তুক অলিম্পিকত ভাৰত উজলি উঠিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৰোপৰি খেল' ইণ্ডিয়া অসমত অনুষ্ঠিত কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদেৰে উপচাই দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে। উল্লেখযোগ্য যে এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে প্ৰমুখ্য কৰি বহু ক্ৰীড়াবিদ আৰু কেইবাগৰাকীও অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক। ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি 'আকৌ আহিব' শীৰ্ষক এখন স্মৃতি গ্ৰন্থ উন্মোচনী কৰা হয়।
Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.