গুৱাহাটী,5 ফেব্ৰুৱাৰীঃ মহানগৰীৰ খানাপাৰাৰ প্ৰশাসনিক বিভাগৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় অসম চুক্তি ৰূপায়ণ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত উপস্থিত থাকে কমিটিখনৰ অধ্যক্ষ, ন্যায়াধীশ বি কে শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি সত্যেন্দ্ৰ গাৰ্গৰ লগতে ৮জনকৈ প্ৰতিনিধি । ন্যায়াধীশ বি কে শৰ্মাই সংবাদমাধ্যমৰ সন্মুখত মূলতঃ দাখিল কৰিবলগীয়া প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰাৰ কথা উল্লেখ কৰে । এগৰাকী অসমীয়া হিচাপে চুক্তিখনৰ জৰিয়তে অসমীয়াক ন্যায় দিবলৈ বাবে চেষ্টা কৰাৰ কথা উল্লেখ কৰে শৰ্মাই ৷
লগতে চাওকঃঅন্ধবিশ্বাসৰ কৰাল গ্ৰাসত বিশ্বনাথৰ ডিৰিং চাহ বাগিছা