ETV Bharat / state

গণৰাজ্য দিৱসৰ বাবে সাজু গুৱাহাটী জিলা প্ৰশাসন - 71 Republic Day

গণৰাজ্য দিৱসৰ বাবে সাজু কৰি তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ৷ বিশেষ দিনটিলৈ মাজত আৰু কেইটামান ঘণ্টা বাকী থকা অৱস্থাত বোমা নিৰীক্ষণ যন্ত্ৰ আৰু প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সহায়ত খেলপথাৰখন তন্ন তন্নকৈ নিৰীক্ষণ কৰা হয় । মহানগৰীৰ খানাপাৰাত অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বলৈ সকলো দিশ নিজে তদাৰক কৰিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

গুৱাহাটী
প্ৰস্তুতি তুংগত
author img

By

Published : Jan 25, 2020, 7:56 PM IST

গুৱাহাটী,25 জানুৱাৰীঃ 71 সংখ্যক গণৰাজ্য দিৱসৰ বাবে সাজু কৰি তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কোনোধৰণৰ যাতে কূটাঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰবাবে কটকটীয়া কৰি তোলা হৈছে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা । বিশেষ দিনটিলৈ মাজত আৰু কেইটামান ঘণ্টা বাকী থকা অৱস্থাত বোমা নিৰীক্ষণ যন্ত্ৰ আৰু প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সহায়ত খেলপথাৰখন তন্ন তন্নকৈ নিৰীক্ষণ কৰা হয় ।

প্ৰস্তুতি তুংগত

সুসজ্জিতভাৱে সজাই তোলা খেলপথাৰখন শনিবাৰে নিৰীক্ষণ কৰি কামৰূপ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়,অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে দেওবাৰে পুৱা 9 বজাৰ লগে লগে পতাকা উত্তোলনেৰে গণৰাজ্য দিৱসৰ বাৰেৰহনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ৷ নিৰাপত্তাৰ প্ৰসংগত উপাযুক্ত গৰাকীয়ে পানী নসৰকা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰে ৷ মহানগৰীৰ খানাপাৰাত অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বলৈ সকলো দিশ এতিয়া এনেদৰে নিজে তদাৰক কৰিছে জিলা উপায়ুক্ত গৰাকীয়ে ৷

লগতে চাওকঃপ্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বাইহাটাত চলিছে ব্যাপক দুৰ্নীতি

Intro:71 সংখ্যক গণৰাজ্য দিৱসৰ বাবে সাজু কৰি তোলা হৈছে খানাপাৰা খেল পথাৰ। গণৰাজ্য দিৱসত কোটাঘাটমূলক ঘটনা সংঘটিত নহবৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । গণৰাজ্য দিবসলৈ আৰু কেইটামান ঘণ্টা বাকী আৰু তাৰ মাজতে এনেদৰে বোমা নিৰীক্ষণ কৰা যন্ত্ৰ আৰু প্ৰশিক্ষণ প্ৰাপ্ত কুকুৰেৰে খেল পথাৰ তন্ন তন্ন কৈ নিৰীক্ষণ কৰা হয়।

Body:সুসজ্জিত ভাবে সজাই তোলা খেল পথাৰ নিৰীক্ষণ কৰি কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে 9 বজাৰ লগে লগে পতাকা উত্তোলন কৰাৰ পিছতে গণৰাজ্য দিৱসৰ বাবে সাজু কৰি ৰখা বিভিন্ন অনুষ্ঠানৰ শুভাৰম্ভ কৰা হব। লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলিও জানিবলৈ দিলে উপায়ুক্ত গৰাকীয়ে ।
bite:-উপায়ুক্ত।

Conclusion:71 সংখ্যক গণৰাজ্য দিৱসৰ বাবে এতিয়া এনেদৰে প্ৰস্তুতি চলাইছে ৰাজ্যৰ বিভিন্ন স্থানত। মহানগৰীৰ খানাপাৰাত অপ্ৰীতিকৰ ঘটনা সংঘটিত নোহোৱাৰ পৰা আৰম্ভ কৰি সকলো দিশ এতিয়া এনেদৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ তত্বাৱধানত চলি আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.