ETV Bharat / state

বৰঝাৰৰ বায়ুসেনা ষ্টেচনত কাৰ্গিল বিজয় দিৱস উদযাপন - মাৰাথান দৌৰ

বৰঝাৰস্থিত বায়ুসেনা ষ্টেচনত কৰ্মৰত জোৱান সকলে কাৰ্গিল বিজয় দিৱস উদযাপন কৰে ৷ শ্বহীদ সকলক স্মৰণ কৰাৰ লগতে মাৰাথান দৌৰ অনুষ্ঠিত কৰা হয় ৷

বৰঝাৰৰ বায়ুসেনা ষ্টেচনত কাৰ্গিল বিজয় দিৱস উদযাপন
author img

By

Published : Jul 28, 2019, 11:04 AM IST

আজাৰা, 28 জুলাই : সমগ্ৰ দেশে 26 জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্গিল বিজয় দিৱস উদযাপন কৰি আহিছে ৷ দেওবাৰৰ দিনাও ভাৰতীয় বায়ুসেনাৰ বৰঝাৰস্থিত ষ্টেচনত উদযাপন কৰা হয় কাৰ্গিল বিজয় দিৱস । পুৱাৰ ভাগতে বায়ুসেনাৰ কৰ্মৰত জোৱান সকলে এই দিৱসৰ উদযাপন কৰে আৰু শিশু তথা জোৱানসকলৰ পত্নীসকলৰ মাজত ৩ কি.মি. আৰু ৭ কি.মি. মাৰাথান দৌৰ অনুষ্ঠিত কৰে ৷ ইয়াৰ পাছতে শ্বহীদ সকলক স্মৰণ কৰা হয় ৷

বৰঝাৰৰ বায়ুসেনা ষ্টেচনত কাৰ্গিল বিজয় দিৱস উদযাপন

তাৰোপৰি, মাৰাথন দৌৰৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে এয়াৰ কমাণ্ডাৰ ভি. টি. মাৰে আৰু বহুকেইজন উচ্চ পদস্থ বিষয়া ৷

Intro:বৰঝাৰ বায়ুসেনা ষ্টেচনত কাৰ্গিল বিজয় দিৱস উদযাপন ।Body:Ocvo… ১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ সমাপ্তি ঘটিছিল তাক লৈয়ে ২৬ পৰা সপ্তাহযুৰি কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অাহিছে সমগ্ৰ দেশে । আজি ২৮ জুলাই তাৰিখে ভাৰতীয় বায়ু সেনাৰ বৰঝাৰস্থিত ষ্টেচনত বায়ু সেনাই উদযাপন কৰিলে কাৰ্গিল বিজয় দিৱস । ৰাতিপুৱাই বায়ু সেনা ষ্টেচনত বায়ু সেনাত কৰ্মৰত যোৱাত,শিশু,পত্নীসকলোৰ ৭কিমি আৰু ৩কিমিৰ মাৰাথন দৌৰ অনুস্থিত কৰা হয় । তাৰপিছতে শ্বহীদ সকলোক স্মৰণ কৰা হয় । আনহাতে মাৰাথন দৌৰত বিজয় হোৱা সকলোক বটা প্ৰদান কৰে । Conclusion:এই অনুস্থানত উপস্থিত থাকে AIR comoder V.T. Mareৰ লগতে বহু উচ্চ পদস্থ বিষয়াসকল ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.