ETV Bharat / state

২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যা - কামাখ্যা বাতৰি

২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যা ৷ কিন্তু মন্দিৰ খোলাৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম বান্ধি দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ এই নিয়মসমূহ মানিহে ভক্তৰ বাবে খোলা হ’ব কামাখ্যা ধাম ৷

Kamakhya temple will be reopen from 24 September
২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যা
author img

By

Published : Sep 21, 2020, 10:53 PM IST

গুৱাহাটী, 21 ছেপ্তেম্বৰঃ ২৪ ছেপ্তেম্বৰৰ পৰা ভক্তৰ বাবে মুকলি কৰা হ’ব শক্তিপীঠ কামাখ্যা ৷ সোমবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰে এই নিৰ্দেশনা ৷ মন্দিৰ খোলাৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম বান্ধি দিছে প্ৰশাসনে ৷ এই নিয়মসমূহ মানিহে ভক্তৰ বাবে খোলা হ’ব কামাখ্যা ধাম ৷

Kamakhya temple will be reopen from 24 September
২৪ ছেপ্তেম্বৰত ভক্তৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যা

প্ৰশাসনে উল্লেখ কৰা অনুসৰি প্ৰতিদিনে সৰ্বাধিক ৫০০ ভক্তইহে মন্দিৰ দৰ্শন কৰিব পাৰিব ৷ ৬৫ বৰ্ষৰ উৰ্ধৰ ব্যক্তি আৰু ১০ বছৰৰ অনুৰ্ধৰ শিশুৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । একেদৰে অনলাইন পাছৰ ক্ষেত্ৰতো সলনি কৰা হৈছে নিময় । এতিয়া দৈনিক ১০০ গৰাকী লোককহে দিয়া হ'ব অনলাইন টিকট।

ইয়াৰ উপৰিও প্ৰৱেশ পত্ৰৰ বাবে ভক্তই দেখুৱাব লাগিব ক'ভিড পৰীক্ষাৰ ৰিপোৰ্ট ৷ তাৰোপৰি এগৰাকী ভক্তই সৰ্বাধিক কেৱল ১৫ মিনিটহে মন্দিৰ চৌহদত থাকিব পাৰিব।

লগতে পঢ়ক-অসমত ৰোধ হৈছে গঁড়ৰ চোৰাং চিকাৰঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.