গুৱাহাটী, 30 মে" : পানবজাৰস্থিত অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱাৰ মুখ্য কাৰ্যালয়ত বুধবাৰে JCI গুৱাহাটী কুইনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ JCI গুৱাহাটী কুইনৰ উদ্যোক্তাসকলে সম্বৰ্ধনা অনুষ্ঠানত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ২০০ জন বিষয়ববীয়াক সম্বৰ্ধনা জনায় । লগতে, আপাতকালীন পৰিস্থিতিত নিজৰ জীৱনক তুচ্ছ কৰি লোকক উদ্ধাৰ কৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোকক স্বীকৃতি প্ৰদান কৰাই এই অনুষ্ঠানটিৰ মূল উদ্দেশ্য আছিল বুলি প্ৰকাশ কৰে JCI গুৱাহাটী কুইনৰ উদ্যোক্তাসকলে ।
JCI গুৱাহাটী কুইনৰ উদ্যোগত অগ্নিনিৰ্বাপক বাহিনীক সম্বৰ্ধনা - Etv Bharat
পানবজাৰস্থিত অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱাৰ মুখ্য কাৰ্যালয়ত বুধবাৰে JCI গুৱাহাটী কুইনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷

JCI গুৱাহাটী কুইনৰ উদ্যোগত অগ্নিনিৰ্বাপক বাহিনীক সম্বৰ্ধনা
গুৱাহাটী, 30 মে" : পানবজাৰস্থিত অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱাৰ মুখ্য কাৰ্যালয়ত বুধবাৰে JCI গুৱাহাটী কুইনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ JCI গুৱাহাটী কুইনৰ উদ্যোক্তাসকলে সম্বৰ্ধনা অনুষ্ঠানত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ২০০ জন বিষয়ববীয়াক সম্বৰ্ধনা জনায় । লগতে, আপাতকালীন পৰিস্থিতিত নিজৰ জীৱনক তুচ্ছ কৰি লোকক উদ্ধাৰ কৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোকক স্বীকৃতি প্ৰদান কৰাই এই অনুষ্ঠানটিৰ মূল উদ্দেশ্য আছিল বুলি প্ৰকাশ কৰে JCI গুৱাহাটী কুইনৰ উদ্যোক্তাসকলে ।
Intro: JCI গুৱাহাটী কুইনৰ উদ্যোগত অগ্নিনিৰ্বাপক বাহিনীক সম্বৰ্ধনা ।
Body:পাণবজাৰ স্থিত অগ্নি আৰু অপাতকালীন সেৱাৰ মুখ্য কাৰ্যালয়ত আজি JCI গুৱাহাটী কুইনৰ উদ্যোগত অগ্নিনিৰ্বাপক বাহিনীৰ বিষায় ববীয়াৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দলৰ সকলক সম্বৰ্ধনা জনোৱা হয় ।অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় ২০০ জনতকৈ অধিক বিষায় ববীয়াৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ দলৰক সম্বৰ্ধনা জনায় JCI গুৱাহাটী কুইনে। ইয়াৰ উদ্দেশ্য যে অগ্নিনিৰ্বাপক বাহিনীয়ে আপাতকালীন পৰিস্থিতিত লোকক উদ্ধাৰ কৰে।
Conclusion:Asrar Ansari
গুৱাহাটী