ETV Bharat / state

জালুকবাৰী আৰক্ষীৰ জালত দুটাকৈ দুধৰ্ষ চোৰ

author img

By

Published : Oct 22, 2019, 5:15 AM IST

জালুকবাৰী আৰক্ষীৰ জালত দুটাকৈ দুৰ্ধৰ্ষ চোৰ । মহানগৰীৰ গোটানগৰৰ ফণী তালুকদাৰ নামৰ এজন লোকৰ বিল্ডিংৰ পৰা বহুটো সামগ্ৰী চুৰি কৰিছিল এই দুই চোৰে ।

জালুকবাৰী আৰক্ষীৰ জালত দুটাকৈ দুধৰ্ষ চোৰ

গুৱাহাটী,21 অক্টোবৰঃ দেওবাৰে জালুকবাৰী আৰক্ষী চকীৰ অতিৰিক্ত আৰক্ষী উপ-পৰিদৰ্শক ৰাজু দেৱৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আমিনগাঁৱত অভিযান চলাই ৰমজান আলী আৰু জিয়াউল হক ওৰফে জিন্টু নামৰ দুৰ্ধৰ্ষ দুটা চোৰ আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চোৰ দুটাই মহানগৰীৰ গোটানগৰৰ ফণী তালুকদাৰ নামৰ এজন লোকৰ গৃহৰ পৰা বহুটো সামগ্ৰী চুৰি কৰিছিল ৷ পিছত চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আদাবাৰীৰ ডেম্পৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি সামগ্ৰীসমূহ । ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ডেম্পৰ মালিক বাছেৰ আলীকো আটক কৰে । উল্লেখ্য যে চুৰি সামগ্ৰী বাছেৰ আলী নামৰ লোক এজনৰ ডেম্পত বিক্ৰী কৰিছিল অভিযুক্ত চোৰ দুটাই ৷

আৰু পঢ়ক

Intro:জালুকবাৰী আৰক্ষীৰ জালত দুটাকৈ দুৰ্ধৰ্ষ চোৰ। মহানগৰীৰ গোটানগৰৰ ফণী তালুকদাৰ নামৰ এজন লোকৰ ফ্লেটৰ পৰা বহুটো সামগ্ৰী চুৰি কৰিছিল এই দুই চোৰে। পিছত চুৰি সামগ্ৰী বাছেৰ আলী নামৰ লোক এজনৰ ডেম্পত বিক্ৰী কৰিছিল। ফ্লেটটোৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে। দেওবাৰে জালুকবাৰী আৰক্ষী চকীৰ এ এছ আই ৰাজু দেৱৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আমিনগাঁৱত অভিযান চলাই। এই অভিযানতেই আটক হয় ৰমজান আলী আৰু জিয়াউল হক ওৰফে জিন্টু নামৰ দুৰ্ধৰ্ষ চোৰ দুটা। লগতে চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আদাবাৰীৰ ডেম্পৰ পৰা আৰক্ষীয়ে উদ্ধাৰ চুৰি সামগ্ৰীসমূহ। ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ডেম্পৰ মালিক বাছেৰ আলীকো আটক কৰে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.