ETV Bharat / state

হোটেলত চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই লুটপাত হোটেল কৰ্মচাৰীৰ - etv bharat

মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ ঘটনা ৷ সহকৰ্মীসকল শুই থকা অৱস্থাত দোকানত লুটপাত চলাই পলায়ন কৰে চন্দন দাস নামৰ কৰ্মচাৰীজনে ৷ তিনিদিনৰ পূৰ্বে চয়নিকা হোটেলত কাৰিকৰ হিচাপে যোগদান কৰিছিল চন্দন দাস নামৰ যুৱকজনে

হোটেলত চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই লুটপাত হোটেল কৰ্মচাৰীৰ
author img

By

Published : Jun 28, 2019, 2:08 AM IST

  • মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ ঘটনা
  • চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই নিজ হোটেলতে লুটপাত হোটেল কৰ্মচাৰীৰ
  • নিশা জালুকবাৰীৰ চয়নিকা হোটেলত এজন কৰ্মচাৰীয়ে সংঘটিত কৰে ভংয়কৰ ঘটনা
  • সহকৰ্মীসকল শুই থকা অৱস্থাতে দোকানখনত লুটপাত চলাই পলায়ন কৰে চন্দন দাসে
  • তিনিদিন পূৰ্বে চয়নিকা হোটেলত কাৰিকৰ হিচাপে যোগদান কৰিছিল চন্দন দাস নামৰ যুৱকে
  • হোটেলখনৰ পৰা কৰ্মচাৰীজনে পোন্ধৰহাজাৰ টকাসহ ৪ টাকৈ মোবাইল ফোন লৈ পলায়ন কৰে
  • সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰ'ল হোটেলৰ চিচি টিভি কেমেৰাত
  • আনহাতে চিলিণ্ডাৰ বিস্ফোৰণত ভস্মীভূত হয় হোটেলখনৰ ৰান্ধনীশালটো
  • স্থানীয় ৰাইজৰ তৎপৰতা সৌভাগ্যক্ৰমে ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো
  • হোটেলৰ স্বত্বাধিকাৰীৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে চন্দন দাসক বিচাৰি অব্যাহত ৰাখিছে অনুসন্ধান

Intro:মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ ঘটনা। হোটেলত বিস্ফোৰণ ঘটাই লুটপাত হোটেল কৰ্মচাৰীৰ। নিশা জালুকবাৰীৰ চয়নিকা নামৰ এইখন হোটেলত এজন কৰ্মচাৰীয়ে সংঘটিত কৰে ভংয়কৰ ঘটনা। সহকৰ্মীসকল শুই থকা অৱস্থাত দোকানখনত লুটপাত চলাই চিলিণ্ডাৰ বিস্ফোৰণ কৰি পলায়ন কৰে। তিনিদিন পূৰ্বে চয়নিকা হোটেলত কাৰিকৰ হিচাপে যোগদান কৰিছিল চন্দন নামৰ যুৱকজনে। হোটেলখনৰ পৰা কৰ্মচাৰীজনে ১৫হাজাৰ টকাসহ ৪টাকৈ মোবাইল ফোন লৈ উধাও হৈ ধুৰন্ধৰ চোৰটো। ইফালে এই সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰ'ল হোটেলৰ চিচি টিভি কেমেৰাত। আনহাতে চিলিণ্ডাৰ বিস্ফোৰণত হোটেলখনৰ ৰান্ধনীশালটো ভস্মীভূত হয়। কিন্তু স্থানীয় ৰাইজৰ তৎপৰতা সৌভাগ্যক্ৰমে ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো। উল্লেখযোগ্য যে হোটেলৰ স্বত্বাধিকাৰীৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে কৰ্মচাৰী চন্দন দাস বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.