গুৱাহাটী, 21 জুনঃ যোগৰ দ্বাৰা বহু ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰয়াস অব্যাহত ৰাখিছে চিকিৎসক অনিল কুমাৰ শৰ্মাই । তেওঁ কয় যে বিভিন্ন ৰোগ আৰোগ্য কৰাত যোগাসনে প্ৰভূত সহায় কৰে । ককালৰ বিষ,গাঠিৰ বিষ,ডিঙিৰ বিষ,মূৰৰ বিষ,টোপনি নোহোৱা,সন্তান নোহোৱা,স্মৃতি শক্তি কমা আদি বহু ৰোগৰ পৰা সুস্থ হোৱাত সহায় কৰে । বৰ্তমান সময়ত হাস্পতালত নিতৌ 10 জনৰ পৰা 20 জন ৰোগী তেওঁৰ ওচৰলৈ আহে বুলি জানিবলৈ দিয়ে । ৰোগীসকলক তেওঁলোকৰ জীৱন শৈলী উন্নত কৰিবৰ বাবে যোগৰ দ্বাৰা চেষ্টা কৰা হয় । লগতে মানসিক মানসিক চাপ কমাবৰ বাবেও যোগাভ্যাস কৰাটো গুৰুত্বপূৰ্ণ ৷
যোগৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি বহু ৰোগঃ ডঃ অনিল কুমাৰ শৰ্মা - মুৰৰ
ককালৰ বিষ,গাঠিৰ বিষ,ডিঙিৰ বিষ,মূৰৰ বিষ,টোপনি নোহোৱা,সন্তান নোহোৱা,স্মৃতি শক্তি কমা আদি বহু ৰোগৰ পৰা সুস্থ হোৱাত সহায় কৰে যোগাভ্যাসে
গুৱাহাটী, 21 জুনঃ যোগৰ দ্বাৰা বহু ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰয়াস অব্যাহত ৰাখিছে চিকিৎসক অনিল কুমাৰ শৰ্মাই । তেওঁ কয় যে বিভিন্ন ৰোগ আৰোগ্য কৰাত যোগাসনে প্ৰভূত সহায় কৰে । ককালৰ বিষ,গাঠিৰ বিষ,ডিঙিৰ বিষ,মূৰৰ বিষ,টোপনি নোহোৱা,সন্তান নোহোৱা,স্মৃতি শক্তি কমা আদি বহু ৰোগৰ পৰা সুস্থ হোৱাত সহায় কৰে । বৰ্তমান সময়ত হাস্পতালত নিতৌ 10 জনৰ পৰা 20 জন ৰোগী তেওঁৰ ওচৰলৈ আহে বুলি জানিবলৈ দিয়ে । ৰোগীসকলক তেওঁলোকৰ জীৱন শৈলী উন্নত কৰিবৰ বাবে যোগৰ দ্বাৰা চেষ্টা কৰা হয় । লগতে মানসিক মানসিক চাপ কমাবৰ বাবেও যোগাভ্যাস কৰাটো গুৰুত্বপূৰ্ণ ৷
Body:যোগৰ দ্বাৰা বহু ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰয়াস অব্যাহত ৰাখিছে চিকিৎসক অনিল কুমাৰ শৰ্মা ই ।তেওঁ কয় যে বিভিন্ন ৰোগ আৰোগ্য কৰাত যোগাসনে বহু সহায় কৰে। ককালৰ বিষ,গাঠিৰ বিষ,ডিঙিৰ বিষ,মুৰৰ বিষ,টোপনি নোহোৱা, সন্তান নোহোৱা, স্মৃতি শক্তি কমা আদি বহু ৰোগৰ পৰা সুস্থ হোৱাত সহায় কৰে । বৰ্তমান সময়ত হাস্পতালত নিতৌ 10 জনৰ পৰা 20 জনলৈ ৰোগী তেওঁৰ ওচৰলৈ আহে বুলি জানিবলৈ দিয়ে । ৰোগী সকসক তেওঁ লোকৰ জীৱন শৈলী উন্নত কৰিবৰ বাবে যোগৰ দ্বাৰা চেষ্টা কৰো । লগতে মানসিক মানসিক চাপ কমাবৰ বাবেও যোগাভ্যাস শিকাও
বাইট
বহুমূত্ৰ,হৃদৰোগ, মুৰৰ বিষ আদিৰ বাবে মানসিক চাপ কমোৱাত গুৰুত্ব আৰোপ কৰাৰ কথা ব্যক্ত কৰে চিকিৎসক শৰ্মা ই । 1987 চনৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হোৱা এই যোগা চিকিৎসাই বৰ্তমানলৈকে সহস্ৰাধিক ৰোগীক সুস্থ কৰি তুলিছে । লগতে বৰ্তমান বয়স্ক লোকৰ বাবে আন এটা যোগৰ প্ৰকল্প কৰি থকা হৈছে বুলিও তেওঁ মন্তব্য কৰে
বাইট
কৰ্কট ৰোই আৰম্ভণিতে ধৰা পৰিলে যোগৰ জৰিয়তে ৰোগী বহু পৰিমাণে সুস্থ হৈ থাকিব পাৰে বুলিও মন্তব্য কৰে ।যিকোনো এজন ৰোগী 3/4 বছৰৰ পৰিবৰ্তে যোগ কৰি 18/20 লৈ থাকে । যোগ কৰা নিয়মৰ ক্ষেত্ৰত কয় যে সুস্থ মানুহে 20-30 মিনিট, আৰু ৰোগীৰ ক্ষেত্ৰত ৰাতিপুৱা 35 ৰ পৰা 1 ঘন্টা যোগা কৰিব লাগে । আৰু লঘু আহাৰ খোৱাৰ আধা ঘন্টাৰ পৰা 1 ঘন্টা পিছত কৰিব পাৰে । খালি পেটত যোগাসন কৰিলে অধিক ফল পায় বুলি কয় । বৰ্তমান যোগাক মানুহৰ মাজলৈ সংঘ,এন জি অ,সকলোৱে প্ৰয়াস কৰিছে ।স্কুল,কলেজৰ ছাত্ৰ ছাত্ৰীকো যোগা শিকাইছে । তেওঁ লোকৰ দ্বাৰাই প্ৰতিজন লোকে শিকাৰ সুযোগ পাই যত্ন কৰি আছোঁ । ঔষধৰ পৰিবৰ্তে যোগাৰ জৰিয়তেও ৰোগৰ পৰিত্ৰাণ পাবৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে অনিল কুমাৰ শৰ্মাই ।
Conclusion:লিপিকা ডেকা, গুৱাহাটী