ETV Bharat / state

মণিৰাম দেৱানত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ

author img

By

Published : Jan 16, 2020, 11:57 PM IST

শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই বাণিজ্যিক সমাৰোহ । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই

মণিৰাম দেৱান
মণিৰাম দেৱানত অন্তঃৰাষ্ট্ৰী বাণিজ্যিক সমাৰোহ

গুৱাহাটী,16 জানুৱাৰীঃ মহানগৰীৰ মণিৰাম দেৱান বাণিজ্যিক ক্ষেত্ৰত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ । শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই বাণিজ্যিক সমাৰোহ। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই । সংবাদমেলত ছোমালিয়াৰ কৃষিমন্ত্ৰী আলি আব্দুললে ইছগৱে,নাইজেৰিয়াৰ সাংসদ লিমান এলহাদজি মহম্মদ আৰু আবুএ মাগৱাত উপস্থিত থাকে ৷

মণিৰাম দেৱানত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ

উল্লেখ্য যে,সমাৰোহত অসম তথা উত্তৰ-পূৰ্বাঞ্চৰ হস্ততাত বস্ত্ৰ শিল্পী আৰু বাঁহ বেতৰ উদ্যোগক আন্তঃৰাষ্ট্ৰীয় বজাৰ দিয়াৰ বাবে সুযোগ লাভ কৰিব । পৃথিৱীৰ প্ৰায় ৬০ খন দেশক আমন্ত্ৰণ জনাইছে এই বাণিজ্যিক সমাৰোহলৈ। অসমৰ যুৱক-যুৱতী সকলক বাণিজ্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আয়োজন কৰা হৈছে এই সমাৰোহৰ । MSMEৰ উদ্যোগত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন। বৰ্তমানলৈ 32খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰে উদ্যোতাসকলে ।

আৰু পঢ়কঃ ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

Intro:মহানগৰীৰ মণিৰাম দেৱান বাণিজ্যিক ক্ষেত্ৰ অনুষ্ঠিত হব অন্তৰাষ্ট্ৰী বাণিজ্যিক সমাৰোহ । শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব এই বাণিজ্যিক সমাৰোহ । এই সমাৰোহত অসম তথা উত্তৰপূৰ্বাঞ্চৰ হস্ত তাত বস্তু শিল্পী আৰু বাঁহ বেতৰ উদ্যোগক অন্ত ৰাষ্ট্ৰীয় বজাৰ দিয়াৰ বাবে সুযোগ লাভ কৰিব । পৃথিৱীৰ প্ৰায় ৬০ খন দেশক আমন্ত্ৰণ জনাইছে এই বাণিজ্যিক সামাৰোহলৈ । অসমৰ যুৱক যুৱতী সকলক বাণিজ্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এই সমাৰোহ ।
উল্লেখযোগ্য যে MSME ৰ উদ্যোগত এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হব । বৰ্তমানলৈ 32 খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে খাটাং কৰিছে ।
Body:কাইলৈৰ পৰা তিনিদিনীয়াকৈ মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হব এই সন্মিলন । বৃহস্পতি বাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰে প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই । Conclusion:সংবাদমেলত ছোমালিয়াৰ কৃষি মন্ত্ৰী আলি আব্দুললে ইছগৱে , নাইজেৰ সাংসদ লিমান এলহাদজি মহম্মদ আৰু আবূএ মাগৱাত উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.