ETV Bharat / state

মণিৰাম দেৱানত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ - হস্ততাত বস্ত্ৰ শিল্পী

শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই বাণিজ্যিক সমাৰোহ । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই

মণিৰাম দেৱান
মণিৰাম দেৱানত অন্তঃৰাষ্ট্ৰী বাণিজ্যিক সমাৰোহ
author img

By

Published : Jan 16, 2020, 11:57 PM IST

গুৱাহাটী,16 জানুৱাৰীঃ মহানগৰীৰ মণিৰাম দেৱান বাণিজ্যিক ক্ষেত্ৰত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ । শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই বাণিজ্যিক সমাৰোহ। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই । সংবাদমেলত ছোমালিয়াৰ কৃষিমন্ত্ৰী আলি আব্দুললে ইছগৱে,নাইজেৰিয়াৰ সাংসদ লিমান এলহাদজি মহম্মদ আৰু আবুএ মাগৱাত উপস্থিত থাকে ৷

মণিৰাম দেৱানত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ

উল্লেখ্য যে,সমাৰোহত অসম তথা উত্তৰ-পূৰ্বাঞ্চৰ হস্ততাত বস্ত্ৰ শিল্পী আৰু বাঁহ বেতৰ উদ্যোগক আন্তঃৰাষ্ট্ৰীয় বজাৰ দিয়াৰ বাবে সুযোগ লাভ কৰিব । পৃথিৱীৰ প্ৰায় ৬০ খন দেশক আমন্ত্ৰণ জনাইছে এই বাণিজ্যিক সমাৰোহলৈ। অসমৰ যুৱক-যুৱতী সকলক বাণিজ্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আয়োজন কৰা হৈছে এই সমাৰোহৰ । MSMEৰ উদ্যোগত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন। বৰ্তমানলৈ 32খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰে উদ্যোতাসকলে ।

আৰু পঢ়কঃ ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

Intro:মহানগৰীৰ মণিৰাম দেৱান বাণিজ্যিক ক্ষেত্ৰ অনুষ্ঠিত হব অন্তৰাষ্ট্ৰী বাণিজ্যিক সমাৰোহ । শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব এই বাণিজ্যিক সমাৰোহ । এই সমাৰোহত অসম তথা উত্তৰপূৰ্বাঞ্চৰ হস্ত তাত বস্তু শিল্পী আৰু বাঁহ বেতৰ উদ্যোগক অন্ত ৰাষ্ট্ৰীয় বজাৰ দিয়াৰ বাবে সুযোগ লাভ কৰিব । পৃথিৱীৰ প্ৰায় ৬০ খন দেশক আমন্ত্ৰণ জনাইছে এই বাণিজ্যিক সামাৰোহলৈ । অসমৰ যুৱক যুৱতী সকলক বাণিজ্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এই সমাৰোহ ।
উল্লেখযোগ্য যে MSME ৰ উদ্যোগত এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হব । বৰ্তমানলৈ 32 খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে খাটাং কৰিছে ।
Body:কাইলৈৰ পৰা তিনিদিনীয়াকৈ মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হব এই সন্মিলন । বৃহস্পতি বাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰে প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই । Conclusion:সংবাদমেলত ছোমালিয়াৰ কৃষি মন্ত্ৰী আলি আব্দুললে ইছগৱে , নাইজেৰ সাংসদ লিমান এলহাদজি মহম্মদ আৰু আবূএ মাগৱাত উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.